অসমৰ এখন আৰ্মী বেছ হস্পিটালত মুকলি ৱাৰ্ড সহায়িকা পদ । খালী পদ - ১৭ টা । Army Hospital Jobs in Assam - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, June 9, 2020

অসমৰ এখন আৰ্মী বেছ হস্পিটালত মুকলি ৱাৰ্ড সহায়িকা পদ । খালী পদ - ১৭ টা । Army Hospital Jobs in Assam

অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত অৱস্থিত Army 155 Base Hospital ৰ নাম হয়তো বহুতে শুনিছে । সেই আৰ্মি হস্পিটালতে সাধাৰণ লোকে আবেদন কৰিব পাৰ বিভিন্ন পদত চাকৰি ওলাইছে । অতি সহজে আবেদন কৰিব পৰা এই পদসমূহত কিদৰে আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
Army Hospital Jobs in Assam

আবেদন প্ৰক্ৰিয়া

অফলাইন( ডাকযোগে) 

খালী পদৰ নাম

ৱাৰ্ড সহায়িকা( মহিলা)

খালী পদ

১৭ টা

শিক্ষাগত অৰ্হতা-  

মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

বয়স-

১৮ ৰ পৰা ২৫ বছৰ ( অবিচিৰ বাবে ৩ বছৰ আৰ এচছি এচটিৰ বাবে ৫ বছৰ ৰেহাই) । PH (OH)ৰ বাবে 10 বছৰ ৰেহাই ।

লগতে পঢ়ক- সুযোগ নেহেৰুৱাব । আহি গল আবকাৰী বিভাগত ২০৩ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছ ।

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাকযোগে আবেদন কৰিব পাৰিব । অফলাইন আবেদনৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া এপ্লিকেচন ফৰমেটৰ দৰে বায়ডাটা চাইন কৰি লগত সকলো ধৰণৰ শিক্ষাগত নথি পত্ৰ, দুকপি ফটোৰ লগতে এখন নিজ ঠিকনা থকা খামৰ সৈতে ২৫ টকীয়া টিকেট  লগাই পঠিয়াব লাগিব । আবেদন কৰা খামখনৰ ওপৰত APPLICATION FOR THE POST OF_________" বুলি লিখি তলত দিয়া ঠিকনাত পঠিয়াব লাগিব ।

আবেদন ফৰ্ম পঠিওৱা ঠিকনা -

COMMANDANT 155 BASE HOSPITAL PIN-784001 TEZPUR

আবেদন কৰাৰ অন্তিম দিন -

২৭ জুন ( আবেদন প্ৰকাশ কৰাৰ ২১ দিন ভিতৰত)

চৰকাৰী বিজ্ঞাপন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

এপ্লিকেচন ফৰমেট ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

আমি প্ৰস্তুত কৰা এপ্লিকেচন ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close