আকৌ মুকলি কভিড-১৯ হস্পিটালৰ ৩৬ টা পদত চাকৰি । আবেদন কৰিবলৈ ক্লিক কৰক ASSAM COVID 19 JOBS IN 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, June 10, 2020

আকৌ মুকলি কভিড-১৯ হস্পিটালৰ ৩৬ টা পদত চাকৰি । আবেদন কৰিবলৈ ক্লিক কৰক ASSAM COVID 19 JOBS IN 2020

শেহতীয়াকৈ অসম চৰকাৰৰ কৰোণাৰ চিকিৎসাৰ বাবে স্থাপন কৰা কোৱাৰাইন্টাইন চেন্টাৰসমূহত বিভিন্ন পদত নিযুক্তি বিচাৰি আবেদন বিচৰা হৈছে । তাৰে ভিতৰত District Health Society, গোৱালপাৰাও শেহতীয়াকৈ মুকলি কৰিছে কোভিড-১৯ ৰ লগত সম্পৰ্ক থকা কেইবাটাও পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পুৰ্ণকৈ পঢ়ক ।
ASSAM COVID 19 JOBS IN 2020

আবেদন প্ৰক্ৰিয়া

অফলাইন(ডাইৰেক্ট ইন্টাৰভিউ)

খালী পদৰ নাম

খালী পদৰ সংখ্যা

৩৬ টা 

দৰমহা

১৫ হাজাৰ  

শিক্ষাগত অৰ্হতা

৮ম মান পাছ ।

বয়স

কোনো ধৰণৰ বয়সৰ সীমা উল্লেখ নাই ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাইৰেক্ট ইন্টাৰভিউৰ বাবে তলত দিয়া ঠিকনাত যাব লাগিব । ইন্টাৰভিউৰ সবিশেষ তলত দিয়া হৈছে । ইন্টাৰভিউৰ বাবে সকলো শিক্ষাগত আৰু প্ৰয়োজনীয় নথি পত্ৰসমূহৰ জেৰক্স লগত লৈ যাব লাগিব ।

ইন্টাৰভিউৰ সবিশেষ

Interviewৰ তাৰিখ: 13-06-2020 
সময় : 11:00 AM বজাৰ পৰা ।
স্থান : Hall of EVM Godown in the Office Campus of DC’s Office, Goalpara  
Registration আৰম্ভ : 09:00 AM to 10:50 AM

চৰকাৰে দিয়া এই চাকৰিৰ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

7 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close