অসম চৰকাৰৰ কভিড-১৯ ডিউটিৰ বাবে মুকলি ৫ টা ডাটা ইন্ট্ৰিৰ চাকৰি । আবেদন কিদৰে কৰিব জানিবলৈ ক্লিক কৰক Assam Govt Data Entry Job 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, June 11, 2020

অসম চৰকাৰৰ কভিড-১৯ ডিউটিৰ বাবে মুকলি ৫ টা ডাটা ইন্ট্ৰিৰ চাকৰি । আবেদন কিদৰে কৰিব জানিবলৈ ক্লিক কৰক Assam Govt Data Entry Job 2020

অসম চৰকাৰৰ District Health Society, Kokrajhar (DHS) য়ে শেহতীয়াকৈ এক বিজ্ঞাপন মুকলি কৰি ৫ টা বিশেষ পদৰ বাবে চাকৰিৰ আবেদন বিচাৰিছে । কত কিদৰে কেনকৈ আবেদন কৰিব সকলোবোৰ আমাৰ আজিৰ এই লিখনিত জনাম ।
Assam Govt Data Entry Job 2020

আবেদন প্ৰক্ৰিয়া-

অফলাইন(ডাইৰেক্ট ইন্টাৰভিউ)

খালী পদৰ নাম

Data Entry Operator 

খালী পদৰ সংখ্যা

৫ টা 

শিক্ষাগত অৰ্হতা-

Higher Secondary পাছ । লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট ।

বয়স

৪০ বছৰ পৰ্যন্ত । 

দৰমহা

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাইৰেক্ট ইন্টাৰভিউৰ বাবে তলত দিয়া ঠিকনাত যাব লাগিব । ইন্টাৰভিউৰ সবিশেষ তলত দিয়া হৈছে । ইন্টাৰভিউৰ বাবে সকলো শিক্ষাগত আৰু প্ৰয়োজনীয় নথি পত্ৰসমূহৰ জেৰক্স লগত লৈ যাব লাগিব ।

ইন্টাৰভিউৰ সবিশেষ

Interviewৰ তাৰিখ: 13-06-2020 
সময় : 10:00 AM বজাৰ পৰা ।

স্থান : Conference Hall, Joint Director of Health Service, Habrubari Campus, Near new Fly Over, Kokrajhar

চৰকাৰে দিয়া এই চাকৰিৰ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close