সুযোগ নেহেৰুৱাব । আহি গল আবকাৰী বিভাগত ২০৩ টা পদত চাকৰি । এইদৰে কৰক আবেদন । ASSAM EXCISE DEPARTMENT JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 12, 2020

সুযোগ নেহেৰুৱাব । আহি গল আবকাৰী বিভাগত ২০৩ টা পদত চাকৰি । এইদৰে কৰক আবেদন । ASSAM EXCISE DEPARTMENT JOB 2020

কিছুদিন আগতে হিমন্ত বিশ্বই ঘোষণা কৰিছিল অসমত নিযু্ক্তি দিয়া হব ৫০ হাজাৰ নতুন চাকৰিৰ । তাৰেই যেন প্ৰমাণ হিচাপে নতুন নতুন বিভাগত মুকলি হৈ আছে বিভিন্ন চাকৰিৰ পদ । শেহতীয়াকৈ আবকাৰী বিভাগত মুকলি হৈছে প্ৰায় ২০৩ টা পদত চাকৰি । অতি সহজেই আবেদন কৰিব পৰা এই চাকৰিৰ সবিশেষ আমি আজি আপোনালোকক জনাম ।

আবেদন প্ৰক্ৰিয়া

অনলাইন

১. Assistant Inspector of Excise (সহকাৰী অবকাৰী পৰিদৰ্শক) 

খালী পদৰ সংখ্য়া

৪৪ টা 

শিক্ষাগত অৰ্হতা-  

হায়াৰ ছেকেণ্ডেৰী পাছ । 

দৰমহা-

Rs. 14000-49,000/, GP: Rs. 6200/-

বয়স

18 পৰা 38 বছৰ । লগতে অবিচিৰ বাবে ৩ বছৰ আৰুSC, ST (P) and ST(H) ৰ বাবে ৫ বছৰ ৰেহাই । 

২. Excise Constable (অবকাৰী কনিষ্টবল) 

খালী পদৰ সংখ্য়া

১৫৯ টা 

শিক্ষাগত অৰ্হতা

মেট্ৰিক পাছ । 

দৰমহা-

Rs 14000-49,000/, GP: Rs. 5000/

বয়স

18 পৰা 38 বছৰ । লগতে অবিচিৰ বাবে ৩ বছৰ আৰুSC, ST (P) and ST(H) ৰ বাবে ৫ বছৰ ৰেহাই ।  

আবেদন ফিজ

কোনো ধৰণৰ ফিজ নাই ।

অনলাইন আবেদনৰ আৰম্ভণী

১৬ জুন, ২০২০ । 

অনলাইন আবেদনৰ অন্তিম দিন

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

অনলাইন আবেদন কৰাত অসুবিধা পাইছে নেকি ? 

লকডাউনৰ বাবে অনলাইন এপ্লাই কৰাত অসুবিধা পাইছে যদি চিন্তা নকৰিব । আমি কৰিম আপোনাৰ অনলাইন এপ্লাইৰ কাম । এতিয়াই ফোন কৰক 8724878457 । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । যদি আগ্ৰহী তেন্তে কল কৰক - 8724878457 অনলাইন আবেদনৰ বাবে এপ্লইমেন্ট একচেন্জ কাৰ্ড থকাটো নিতান্তই প্ৰয়োজনীয় ।

চৰকাৰী বিজ্ঞাপন কৰিবলৈ ক্লিক কৰক-  Click Here

আবেদন কৰিবলৈ ক্লিক কৰক- Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

3 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close