গুৱাহাটী হাই কৰ্টত চাকৰি । অষ্টম মান পাছ কৰিলেই কৰিব পাৰিব আবেদন । আবেদন কৰিবলৈ ক্লিক কৰক । GUWAHATI HIGH COURT JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, June 14, 2020

গুৱাহাটী হাই কৰ্টত চাকৰি । অষ্টম মান পাছ কৰিলেই কৰিব পাৰিব আবেদন । আবেদন কৰিবলৈ ক্লিক কৰক । GUWAHATI HIGH COURT JOBS 2020

শেহতীয়াকৈ হাই কৰ্টয়ে এটা নটিফিকেচন জাৰি কৰি চাকৰিৰ বাবে আবেদন বিচাৰিছে । অতি সহজেই আবেদন কৰিব পৰা এই প্ৰক্ৰিয়াৰ বিষয়ে আজি আমি আপোনালোকক জনাম ।
GUWAHATI HIGH COURT JOBS 2020

খালী পদৰ নাম

Court Attendant (কৰ্ট এটেনডেন্ট) 

আবেদন প্ৰক্ৰিয়া

অনলাইন  ।

অনলাইন আবেদন আৰম্ভণী- 

১৮ জুন, ২০২০

চাকৰিৰ স্থান

খালী পদৰ সংখ্যা - 

২ টা

বসয়

১৮ ৰ পৰা ৩৮ বছৰ । 

বাচনি প্ৰক্ৰিয়া

আবেদনকাৰীসকলৰ মাজৰ পৰা লিখিত পৰীক্ষা আৰু ইন্টাৰভিউৰ জৰিয়তে প্ৰাৰ্থী বাচনি কৰা হব ।

অনলাইন আবেদনৰ অন্তিম দিন

১৩ জুলাই, ২০২০

আবেদন ফিজ

ST/SCৰ বাবে : Rs 150/- 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া লিংকত ক্লিক কৰি আবেদন কৰিব পাৰিব । আবেদন প্ৰক্ৰিয়া অনলাইন হব গতিকে আপুনি যিকোনো কম্পিউটাৰ দোকানত গৈ নাইবা আমাৰ দ্বাৰা অনলাইন আবেদন কৰিব পাৰিব । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । 

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

3 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close