প্ৰধানমন্ত্ৰী জন আৰোগ্য আচনি । লাভ কৰক ৫ লাখ টকাৰ ফ্ৰি চিকিৎসা । কেনেকৈ পঢ়ক । HOW TO APPLY PMJAY SCHEME 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 19, 2020

প্ৰধানমন্ত্ৰী জন আৰোগ্য আচনি । লাভ কৰক ৫ লাখ টকাৰ ফ্ৰি চিকিৎসা । কেনেকৈ পঢ়ক । HOW TO APPLY PMJAY SCHEME 2020

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কি হয়

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ২৩ চেপ্তেম্বৰ, ২০১৮ চনত প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই শুভ উদ্ধোধন কৰে ।
HOW TO APPLY PMJAY SCHEME 2020 IN ASSAM

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধাসমূহ

  • এই আচনিৰ অধীনত কেন্সাৰ, হৃদয় ৰোগৰ সৈতে ১৩০০ বেমাৰ অন্তৰ্ভূক্ত কৰা হৈছে । 

  • ভাৰতৰ প্ৰায় ১০ কোটি পৰিয়ালক এই আচনিৰ অধিনত সামৰি লোৱা হৈছে । 
  • এই আচনিৰ অধিনত ৫ লাখ টকাৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় ।
  • ভাৰতৰ প্ৰায় ১৩ হাজাৰোধিক হস্পিটালত এই সেৱা উপলব্ধ কৰা হৈছে ।
  • ৫ লাখ টকা পৰ্যন্ত ঔষধ, হস্পিটাল ৰুম ভাৰা, চাৰ্জাৰী আদি সকলো চিকিৎসা সেৱা আগবঢ়োৱা হব ।
  •  এই আচনি কোনো ধৰণৰ কাগজৰ কামৰ প্ৰয়োজন নাই লগতে কেচলেচ হব ।
  •  এই আচনিৰ অধীনত যিকোনো ভাৰতৰ অন্তৰ্ভুক্ত হস্পিটালত চিকিৎসা কৰাব পাৰিব ।

লগতে পঢ়ক- সুযোগ নেহেৰুৱাব । আহি গল আবকাৰী বিভাগত ২০৩ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছ ।

কোন এই আচনিৰ অন্তৰ্ভুক্ত হব

Socio-Economic and Caste Census ৰ অধীনত এই আচনিৰ বাবে উপযুক্ত পৰিয়ালক বাচি উলিওৱা হৈছে ।

কিদৰে জানিব আপুনি এই আচনিৰ অন্তৰ্ভুক্ত হয় নে নহয়

  • ইচ্ছুক ব্যক্তিসকলে অনলাইন চাব পাৰিব । 
  • অনলাইন চাবৰ বাবে এই লিংকত ক্লিক কৰক - ইয়াত । 
  • আপোনাৰ মোবাইল নং দি আপোনাৰ মোবাইলত অহা অটিপিটো দি চাবমিট কৰিব । 

  • তাৰ পাছত আপোনাৰ ৰাজ্য, জিলা, নাম আদি টাইপ কৰি পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই ।
  • যদি আপোনাৰ নাম এই লিষ্টত আছে তেন্তে আপুনি লাভ কৰিব বিনামূলীয়া বছৰি ৫ লাখ টকাৰ চিকিৎসা ।

লগতে পঢ়ক - অসম পুলিচত মুকলি ৪৫১ টা পদ । মেট্ৰিক পাছ সকলেও কৰিব পাৰিব আবেদন ।


3 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close