SSC Recruitment 2020 | আবেদন কৰক 1564 টা Sub-Inspector পদত | কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক ঁ - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, June 20, 2020

SSC Recruitment 2020 | আবেদন কৰক 1564 টা Sub-Inspector পদত | কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক ঁ

Staff Selection Commission (SSC), India শেহতীয়াকৈ এক নটিফিকেচন মুকলি কৰি Sub-Inspectors (SI) in Delhi Police and Central Armed Police Forces (CAPFs) ৰ বাবে চাকৰিৰ আবেদন বিচাৰিছে । সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অনলাইন । 

আবেদনৰ অন্তিম দিন

১৬ জুলাই, ২০২০ । 

খালী পদৰ সংখ্যা -

১৫৬৪ টা 
Sub-Inspector (Exe.): 169 Posts (Male:  91 Posts | Female: 78 Posts)
Sub-Inspector (GD): 1395 Posts

শিক্ষাগত অৰ্হতা

যিকোনো স্নাতক ডিগ্ৰী । (গ্ৰেডুৱেট)

বয়স

২০ ৰ পৰা ২৫ বছৰ । (লগতে অবিচিৰ বাবে ৩ বছৰ আৰুSC, ST (P) and ST(H) ৰ বাবে ৫ বছৰ ৰেহাই । )

লগতে পঢ়ক- সুযোগ নেহেৰুৱাব । আহি গল আবকাৰী বিভাগত ২০৩ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছ ।

আবেদন ফিজ -

General/ OBC ৰ বাবে : ১০০ টকা 
SC/ ST/ PwD/ মহিলাৰ বাবে কোনো আবেদন ফিজ নাই ।

পৰীক্ষাৰ স্থান

Dibrugarh (5102), Goalpara (5104), Guwahati (Dispur) (5105), Jorhat (5107), Lakimpur (5109), Silchar (5111), Tezpur (5112)

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

চৰকাৰী বিজ্ঞাপন কৰিবলৈ ক্লিক কৰক-  Click Here

আবেদন কৰিবলৈ ক্লিক কৰক- Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close