অসম চৰকাৰৰ ৪৪ টা সহকাৰী অবকাৰী পৰিদৰ্শকৰ পদত মুকলি চাকৰি । জানক কিদৰে কৰিব আবেদন । Excise Inspector Jobs 2020 in Assam - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, June 22, 2020

অসম চৰকাৰৰ ৪৪ টা সহকাৰী অবকাৰী পৰিদৰ্শকৰ পদত মুকলি চাকৰি । জানক কিদৰে কৰিব আবেদন । Excise Inspector Jobs 2020 in Assam

ইতিমধ্যে অসমৰ বিভিন্ন বিভাগত মুকলি হৈ আছে বিভিন্ন চাকৰিৰ পদ । শেহতীয়াকৈ একচাইজ ডিপাৰ্টমেন্টত মুকলি হৈছে প্ৰায় ২০৩ টা পদত চাকৰি । তাৰে ৪৪ টা পদ খালী হৈছে একচাইজ ইনিচপেক্টৰৰ পদ । অতি সহজেই আবেদন কৰিব পৰা এই চাকৰিৰ সবিশেষ আজি আমি আপোনালোকক জনাম ।
Excise Inspector Jobs 2020 in Assam

আবেদন প্ৰক্ৰিয়া-

অনলাইন

খালী পদৰ সংখ্যা -

৪৪ টা

শিক্ষাগত অৰ্হতা-

হায়াৰ ছেকেণ্ডেৰী পাছ ।

দৰমহা-

Rs. 14000-49,000/, GP: Rs. 6200/-

বয়স-

18 পৰা 38 বছৰ । লগতে অবিচিৰ বাবে ৩ বছৰ আৰু SC, ST (P) and ST(H) ৰ বাবে ৫ বছৰ ৰেহাই ।

লগতে পঢ়ক - অসম পুলিচত মুকলি ৪৫১ টা পদ । মেট্ৰিক পাছ সকলেও কৰিব পাৰিব আবেদন ।

আবেদন ফিজ-

কোনো ধৰণৰ ফিজ নাই ।

অনলাইন আবেদনৰ আৰম্ভণী-

১৬ জুন, ২০২০ ।

অনলাইন আবেদনৰ অন্তিম দিন-

৬ জুলাই, ২০২০ ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

চৰকাৰী বিজ্ঞাপন কৰিবলৈ ক্লিক কৰক-  Click Here

আবেদন কৰিবলৈ ক্লিক কৰক- Click Here

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam 

অনলাইন আবেদন কৰাত অসুবিধা পাইছে নেকি ? 

লকডাউনৰ বাবে অনলাইন এপ্লাই কৰাত অসুবিধা পাইছে যদি চিন্তা নকৰিব । আমি কৰিম আপোনাৰ অনলাইন এপ্লাইৰ কাম । এতিয়াই ফোন কৰক 8724878457 । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । যদি আগ্ৰহী তেন্তে কল কৰক - 8724878457 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close