অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ত মুকলি ৬০৯ টা পদ । কিদৰে আবেদন কৰিব চাওক । DME Jobs in Assam 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, June 23, 2020

অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ত মুকলি ৬০৯ টা পদ । কিদৰে আবেদন কৰিব চাওক । DME Jobs in Assam 2020

অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয় (Directorate of Medical Education) বিভাগে শেহতীয়াকৈ মুকলি কৰিছে ৬০৯ টা  নতুন পদৰ চাকৰিৰ বিজ্ঞাপন । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আমাৰ লিখনিত জনাম ।

আবেদন প্ৰক্ৰিয়া

অনলাইন 

আবেদন আৰম্ভণী

৩০ জুন, ২০২০ ।

খালী পদৰ নাম - ICU Technician 

খালী পদৰ সংখ্যা- ১২৫ টা 
শিক্ষাগত অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী পাছ । লগতে Diploma in ICU Technician । 

খালী পদৰ নাম -Staff Nurse (Critical Care)

খালী পদৰ সংখ্যা- ৪৮৪  টা 
শিক্ষাগত অৰ্হতা- B.Sc. Nursing পাছ । 

বয়স-

18 পৰা 38 বছৰ । লগতে অবিচিৰ বাবে ৩ বছৰ আৰু SC, ST (P) and ST(H) ৰ বাবে ৫ বছৰ ৰেহাই ।

আবেদন ফিজ-

কোনো ধৰণৰ ফিজ নাই ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদনৰ অন্তিম দিন

১৫ জুলাই, ২০২০

চৰকাৰী বিজ্ঞাপন কৰিবলৈ ক্লিক কৰক-  Click Here

আবেদন কৰিবলৈ ক্লিক কৰক- Click Here

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close