Assam HS Result 2020 | Cheak AHSEC Result 2020 | চেক কৰক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ২০২০ । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, June 24, 2020

Assam HS Result 2020 | Cheak AHSEC Result 2020 | চেক কৰক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ২০২০ ।

Assam Higher Secondary Education Council য়ে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব  উলাইছে । এই ৰিজাল্ট 25th June, 2020 ত ঘোষণা কৰিব বুলি জনাইছে chairman Dayananda Borgohain য়ে । এই বৰ্ষত প্ৰায় 2.34 lakh ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে ।


AHSEC Class 12th ২০২০ৰ সবিশেষ

Name of Examination: Assam Higher Secondary Final Examination 2020

Examination Streams: Arts, Commerce, Science & Vocational

Name of Council: Assam Higher Secondary Education Council (AHSEC)

Result Date: 25th June 2020

Total Students Appeared: 2,34,809 students

Total Exam Centers: 772 centers

কিদৰে চেক কৰিব AHSEC Result 2020:  

২৫ তাৰিখ, ২০২০ তাৰিখৰ থিক ৯ বজাৰ লগে লগে ঘোষণা কৰা হব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ২০২০ । যিহেতু সকলোৱে এটা সময়তে ৰিজাল্ট চেক কৰিব তেনে স্থলত ৱেৱচাইটৰ হেভি ট্ৰেফিকৰ বাবে ৱেৱচাইটে কাম নকৰিবও পাৰে । সেয়েহে আমি আটাইকেইটা চাৰভাৰৰ লিংক তলত আপোনালোকৰ বাবে যোগান ধৰিছো যাতে অতি সহজে আপুনি যিকোনো এটা চাৰভাৰৰ পৰা ৰিজাল্ট চেক কৰিব পাৰে ।

চাৰভাৰ ১- ক্লিক কৰক 

চাৰভাৰ ২- ক্লিক কৰক 

চাৰভাৰ ৩ - ক্লিক কৰক 

চাৰভাৰ ৪ - ক্লিক কৰক 

চাৰভাৰ ৫ - ক্লিক কৰক 

চাৰভাৰ ৬- ক্লিক কৰক

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close