জিলা আৰু সত্ৰ ন্যায়াধীশ, কামৰূপত চাকৰি । খালী ড্ৰাইভাৰৰ পদ । কিদৰে আবেদন কৰিব চাওক । District and Session Judge Recruitment 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, June 25, 2020

জিলা আৰু সত্ৰ ন্যায়াধীশ, কামৰূপত চাকৰি । খালী ড্ৰাইভাৰৰ পদ । কিদৰে আবেদন কৰিব চাওক । District and Session Judge Recruitment 2020

জিলা আৰু সত্ৰ ন্যায়াধীশ, কামৰূপ  মেট্ৰই শেহতীয়াকৈ মুকলি কৰিছে এটা চাকৰিৰ বিজ্ঞাপন । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আপোনাক জনাম ।

খালী পদৰ নাম

ড্ৰাইভাৰ

খালী পদ

৩ টা

আবেদন প্ৰক্ৰিয়া

অফলাইন (ডাক যোগে)

দৰমহা

১৫০০০ টকা

বয়স

কোনো ধৰণৰ বয়সৰ কথা উল্লেখ নাই ।

বাচনি প্ৰাক্ৰিয়া -

(1) Driving / Screening Test
(2) Interview / Viva-voce

শিক্ষাগত অৰ্হতা

অষ্টম মান পাছ ।

অন্যান্য অৰ্হতা

Professional Driving License থাকিব লাগিব ।

লগতে পঢ়ক -সুখৱৰ ! আকৌ মুকলি কভিড-১৯ হস্পিটালত চাকৰি । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই ।


কিদৰে আবেদন কৰিব

অফলাইন আবেদনৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া এপ্লিকেচন ফৰমেটৰ লগত সকলো ধৰণৰ নথি পত্ৰ, ৪ কপি ফটোৰ লগতে এখন নিজ ঠিকনা থকা খামৰ সৈতে ৫ টকীয়া টিকেট  লগাই পঠিয়াব লাগিব । আবেদন কৰা খামখন তলত দিয়া ঠিকনাত পঠিয়াব লাগিব ।
Office of the District and Sessions Judge,  Near Cotton University Rd, Dighalipukhuri, Guwahati, Assam 781001

আবেদনৰ অন্তিম দিন

১০ জুলাই, ২০২০ । 

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close