গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা l হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা l Himanta Biswa Sarma - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 26, 2020

গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা l হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা l Himanta Biswa Sarma

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। এই  সংবাদ মেলতেই পুনৰ গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা।


কোভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ পাছতে এই ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ।ইয়াৰ পূৰ্বে গুৱাহাটীৰ ১১টা ৱাৰ্ডত লকডাউন ঘোষণা কৰিছিল কামৰূপ মহানগৰ প্ৰশাসনে।১৪দিনৰ বাবে লকডাউন ঘোষণা।ৰবিবাৰৰ মাজ নিশা বা সোমবাৰৰ পুৱাৰ পৰা এই লকডাউন প্ৰযোজ্য হব ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close