সুখৱৰ ! আকৌ মুকলি কভিড-১৯ হস্পিটালত চাকৰি । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । কিদৰে আবেদন কৰিব চাওক । ASSAM COVID 19 JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, June 27, 2020

সুখৱৰ ! আকৌ মুকলি কভিড-১৯ হস্পিটালত চাকৰি । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । কিদৰে আবেদন কৰিব চাওক । ASSAM COVID 19 JOBS 2020

District Health Society (DHS),বঙাইগাৱে শেহতীয়াকৈ মুকলি কৰিছে এটা চাকৰিৰ বিজ্ঞাপন । অসম চৰকাৰৰ কৰোণাৰ চিকিৎসাৰ বাবে স্থাপন কৰা কভিড-১৯ হস্পিটালসমূহত বিভিন্ন পদত নিযুক্তি বিচাৰি আবেদন বিচৰা হৈছে । তাৰে ভিতৰত District Health Society (DHS),বঙাইগাৱে শেহতীয়াকৈ মুকলি কৰিছে কোভিড-১৯ ৰ লগত সম্পৰ্ক থকা কেইবাটাও পদ ।কোনোধৰণৰ লিখিত পৰীক্ষা নোহোৱাকৈ পোনপোটীয়াকৈ ইন্টাৰভিউ দি আপুনি এই চাকৰি লাভ কৰিব পাৰে । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পুৰ্ণকৈ পঢ়ক ।
 ASSAM COVID 19 JOBS 2020

ইন্টাৰভিউৰ তাৰিখ

৩০ জুন, ২০২০

আবেদন প্ৰক্ৰিয়া

অফলাইন (ডাইৰেক্ট ইন্টাৰভিউ)  

খালী পদৰ নাম-

ক্লিনাৰ

খালী পদৰ সংখ্যা -

৮ টা

দৰমহা-

১২ হাজাৰ

শিক্ষাগত অৰ্হতা-

বয়স-

কোনো ধৰণৰ বয়সৰ সীমা উল্লেখ নাই । 

নিযু্ক্তিৰ স্থান

1. Bongaigaon Civil Hospital, Bongaigaon
2. MG Model, Hospital, Boitamari
3. MG Model Hospital, Manikpur

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাইৰেক্ট ইন্টাৰভিউৰ বাবে তলত দিয়া ঠিকনাত যাব লাগিব । ইন্টাৰভিউৰ সবিশেষ তলত দিয়া হৈছে । ইন্টাৰভিউৰ বাবে ফটো পৰিচয় পত্ৰৰ সৈতে সকলো শিক্ষাগত আৰু প্ৰয়োজনীয় নথি পত্ৰসমূহৰ জেৰক্স লগত লৈ যাব লাগিব ।

ইন্টাৰভিউৰ সবিশেষ-

ইন্টাৰভিউৰ তাৰিখ: ৩০ জুন, ২০২০
সময় : 10:30 AM বজাৰ পৰা ।
স্থান : Office of the Joint Director of Health Services, Mayapuri, Bongaigaon Gosaipara, Assam 783380

চৰকাৰে দিয়া এই চাকৰিৰ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

4 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close