অসম চৰকাৰে দিব বহি:ৰাজ্যৰ পৰা অসমলৈ অহাসকলৰ বাবে কৰ্মসংস্থাপন । মোবাইলতে কৰক আবেদন । Jobs for Outsiders Assam 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, June 28, 2020

অসম চৰকাৰে দিব বহি:ৰাজ্যৰ পৰা অসমলৈ অহাসকলৰ বাবে কৰ্মসংস্থাপন । মোবাইলতে কৰক আবেদন । Jobs for Outsiders Assam 2020

বন্ধুসকলন অসমৰ বহু যুৱক যুৱতী যিসকল বাহিৰত কৰ্মৰত আছিল তেঁওলোক কৰণা ভাইৰাছৰ মহামাৰীৰ ফলত হোৱা লকডাউনৰ বাবে বাহিৰৰ পৰা অসমকলৈ উভতি আহিবলগীয়া হৈছিল । এনে অৱস্থাত তেঁওলোক কৰ্মহীন হৈ পৰাতো নিশ্চিত । সেয়হে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যিসকল যুৱক যুৱতী বাহিৰৰ পৰা অসমলৈ ঘুৰি আহিছে তেঁওলোকক কৰ্মসংস্থাপন দিব । এই আচনিৰ নাম সুদক্ষা অসম নামেৰে নামাকৰণ কৰা হৈছে ।
jobs for outsiders assam

আবেদন প্ৰক্ৰিয়া

অনলাইন । 

আবেদনৰ আৰম্ভণী

২৬ জুন, ২০২০ 

কি হয় সুদক্ষা অসম আচনি

অসম চৰকাৰৰ "সুদক্ষা অসম" আচনিৰ জৰিয়তে কৰণা ভাইৰাছৰ লকডাউনৰ সময়ত অসমলৈ ঘুৰি অহা যুৱক-যুৱতী সকলক ১ মাহৰ ফ্ৰী ট্ৰেনিং দিয়া হব । ইয়াৰ পাছত ট্ৰেনিং সম্পূৰ্ণ হল চৰকাৰৰ ফালৰ পৰ লোণ প্ৰদান কৰা হব যাতে ঘুৰি ঘুৰি অহা যুৱক-যুৱতী সকলে নিজৰ ভৰিত থিয় দি স্বাৱালম্ভী হব পাৰে ।

বয়স

১৮ ৰ পৰা ৪০ বছৰ ।

কিদৰে কৰ্মসংস্থাপন লব

ইচ্ছুক প্ৰাৰ্থীসকলে লোন লব পাৰিব যাৰ জৰিয়তে তেঁওলোকে স্বাভালম্বী হৈ কৰ্মসংস্থাপন লাভ কৰিব ।

লগতে পঢ়ক -সুখৱৰ ! আকৌ মুকলি কভিড-১৯ হস্পিটালত চাকৰি । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই ।

কোনে আবেদন কৰিব পাৰিব

যিসকল কৰণা ভাইৰাছৰ লকডাউনৰ সময়ত অসমলৈ ঘুৰি আহিছে তেঁওলোকেহে এই সুবিধা লব পাৰিব ।

কিদৰে আবেদনকাৰীৰ পৰীক্ষা কৰা হব

যিসকল কৰণা ভাইৰাছৰ লকডাউনৰ সময়ত অসমলৈ ঘুৰি আহিছে তেঁওলোকে সেই সময়ত চৰকাৰৰ ওচৰত এটা ফোন নম্বৰ জমা দিছিল । সেই ফোন নম্বৰৰ দ্বাৰাহে আবেদনকাৰীসকলে আবেদন কৰিব পাৰিব ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে তলৰ দিয়া লিংকত গৈ আবেদন কৰিব পাৰিব । আবেদন কৰিবলৈ পোনপ্ৰথমে আপোনাৰ ফোন নং জমা দিব লাগিব । ফোন নং জমা কৰা লগে লগে এখন ফৰ্ম খোল খাব । 

আবেদন কৰিবলৈ ক্লিক কৰক-  Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

7 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close