১০৮ত মুকলি চাকৰি । আজিয়ই কৰক আবেদন । Assam 108 Jobs in 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, June 29, 2020

১০৮ত মুকলি চাকৰি । আজিয়ই কৰক আবেদন । Assam 108 Jobs in 2020

GVK Emergency Management and Research Institute (GVK EMRI), Assam যিয়ে অসমত ১০৮ সেৱা আগবঢ়াই আাহিছে তাত মুকলি হৈছে কেইটামান বিশেষ পদ মুকলি হৈছে । কত কিদৰে কেনেকৈ আাবেদন কৰিব সবিশেষ আজি আমি আমাৰ লিখনিৰ জৰিয়তে জনাম ।

ERO and Emergency Management Executive (EME) vacancies

1. খালী পদৰ নাম - ERO (Based at Guwahati)
শিক্ষাগত অৰ্হতা- যিকোনো গ্ৰেডুৱেট ।
বয়স- ২১-৩০ বছৰ ।
চাকৰিৰ স্থান- গুৱাহাটী ।
ভাষাৰ জ্ঞান - English, Hindi, Assamese, Bengali আৰু আন স্থানীয় ভাষা ।
খালী পদৰ সংখ্যা- কোনোধৰণৰ পদৰ সংখ্যা উল্লেখ নাই । গতিকে যথেষ্ট পদ খালী থকাটো নিশ্চিত । কল চেন্টাৰৰ অভিজ্ঞতা থকাটো ভাল । নাথাকিলেও আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক - অসম চৰকাৰে দিব বহি:ৰাজ্যৰ পৰা  অহাসকলক কৰ্মসংস্থাপন । মোবাইলতে কৰক আবেদন ।

2.খালী পদৰ নাম - Emergency Management Executive (EME)
শিক্ষাগত অৰ্হতা- B.Tech/ BE Mechanical ।  অভিজ্ঞতা নাথাকিলেও আবেদন কৰিব পাৰিব ।
বয়স- ২১-৩০ বছৰ ।
খালী পদৰ সংখ্যা- কোনোধৰণৰ পদৰ সংখ্যা উল্লেখ নাই । গতিকে যথেষ্ট পদ খালী থকাটো নিশ্চিত ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ বাবে dipankar_das@emri.in ত আপোনাৰ বায়ডাটা মেইল কৰিব পাৰে । নহলে +91 7002520397 ত ফোন কৰিব পাৰে ।

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close