ব্ৰেকিং ! ভাৰতত বেন হল টিক টক । লগতে ইউচি ব্ৰাউজাৰ । আৰু কি কি নিষিদ্ধ হল পঢ়ক সবিশেষ । Tik Tok News India - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, June 29, 2020

ব্ৰেকিং ! ভাৰতত বেন হল টিক টক । লগতে ইউচি ব্ৰাউজাৰ । আৰু কি কি নিষিদ্ধ হল পঢ়ক সবিশেষ । Tik Tok News India

অৱশেষত ভাৰতত নিষিদ্ধ হল টিক টিক । ভাৰতৰ লগতে অসমতো যথেষ্ট জনপ্ৰিয় আছিল টিক টক । ইয়াৰোপৰিও জনিপ্ৰিয় এপ হেল্ল' এপ, য়ু চি ব্ৰাউজাৰ , বিউটি প্লাছ , কেম স্কেনাৰ, ভিগো ভিডিঅ’ আদিও নিষিদ্ধ কৰা হৈছে । অৱশ্য়ে প্লে ষ্টৰত এতিয়াও উলপব্ধ হৈ আছে এই এপসমূহ । কেতিয়া প্লে ষ্টৰৰ পৰা এই এপসমূহ আতৰ কৰা হয় সেইয়া হব লক্ষণীয় ।
ভাৰত আৰু চীনৰ মাজত সীমান্তত চলি থকা উত্তেজনাৰ সময়তে ভাৰত চৰকাৰৰ তথ্য আৰু পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা টিকটককে ধৰি ৫৯ টা চাইনিজ এপক নিষিদ্ধ ঘোষণা কৰে। ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে চাইনীজ এপ সমূহক নিষিদ্ধ কৰিছে বুলি জনায় ।

ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা চাইনীজ এপ সমূহ

ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা চাইনীজ এপ সমূহ হ’ল ক্ৰমে- 
১. টিকটক 
২. শ্বেয়াৰইট 
৩. কেৱাই  
৪. য়ু চি ব্ৰাউজাৰ 
৫. বাইদু মেপ 
৬. শ্বেইন 
৭. ক্লেচ অফ কিংছ 
৮. ডি য়ু বেটাৰী চেভাৰ  
৯. হেলো 
১০. লাইকি 
১১. য়ুকেম মেকআপ 
১২. এম আই কমিউনিটি 
১৩. চি এম ব্ৰাউজাৰ 
১৪. ভাইৰাছ ক্লীনাৰ 
১৫. এ পি য়ু এছ ব্ৰাউজাৰ 
১৬. ৰোমৱে  
১৭. ক্লাৱ ফেক্টৰী 
১৮. নিউজ ড’গ 
১৯. বিউটি প্লাছ 
২০. উই চাট 
২১. য়ু চি নিউজ 
২২. কিউ কিউ মেইল 
২৩. ৱেইবো 
২৪. জেণ্ডাৰ 
২৫. কিউ কিউ মিউজিক 
২৬. কিউ কিউ নিউজ ফিড 
২৭. বিগো লাইভ 
২৮. চেল্ফি চিটি 
২৯. মেইল মাষ্টাৰ 
৩০. পেৰেলেল স্পেচ 
৩১. এম আই ভিডিঅ’ কল 
৩২. উই চিনচ 
৩৩. ই এছ ফাইল এক্সপ্লোৰাৰ 
৩৪. ভিভা ভিডিঅ’ 
৩৫. মেইটু 
৩৬. ভিগো ভিডিঅ’ 
৩৭. নিউ ভিডিঅ’ ষ্টেটাছ 
৩৮. ডি য়ু ৰেকৰ্ডাৰ
লগতে ৩৯. ভল্ট-হাইদ ৪০. কাচ্চে ক্লীণাৰ ডি য়ু এপ ষ্টুডিঅ’ ৪১. ডি য়ু ক্লীণাৰ ৪২. ডি য়ু ব্ৰাউজাৰ ৪৩. হাগো প্লে উইথ নিউ ফ্ৰেইণ্ডছ ৪৪. কেম স্কেনাৰ ৪৫. ক্লীণ মাষ্টাৰ ৪৬. ৱোণ্ডাৰ কেমেৰা ৪৭. ফটো ৱাণ্ডাৰ ৪৮. কিউ কিউ প্লেয়াৰ ৪৯. উই মিট ৫০. চুইট চেল্ফি ৫১. বাইদু ট্ৰেনচলেট ৫২. ভিমেট ৫৩. কিউ কিউ ইণ্টাৰনেশ্যনেল ৫৪. কিউ কিউ চিকুৰিটি চেণ্টাৰ ৫৫. কিউ কিউ লঞ্চাৰ ৫৬. য়ু ভিডিঅ’ ৫৭. ভি ফ্লাই ষ্টেটাছ ভিডিঅ’ ৫৮. মোবাইল লিজেণ্ড ৫৯. ডি য়ু প্ৰাইভেছি ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close