অসম এখন জিলাৰ ন্যায়ধীশ কাৰ্যালয়ত চাকৰি । আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক । Assam Udalguri Court Job 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, July 2, 2020

অসম এখন জিলাৰ ন্যায়ধীশ কাৰ্যালয়ত চাকৰি । আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক । Assam Udalguri Court Job 2020

অসমৰ ওদালগুৰি জিলাৰ Chief Judicial Magistrate (CJM) অফিচত শেহতীয়াকৈ মুকলি হৈছে দুটা পিয়ন আৰু চকিদাৰৰ খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আাজি আমি আমাৰ এই লিখনিৰ জৰিয়তে জনাম । 

আবেদন প্ৰক্ৰিয়া

অফলাইন । 

অন্তিম দিন

৩০ জুলাই, ২০২০ । 

খালী পদৰ নাম

ক) পিয়ন আৰু খ) চকিদাৰ 

ক) পিয়ন

খালী পদ- ১টা 
শিক্ষাগত অৰ্হতা- ৮ম মান পাছ । 
দৰমহা- (PB-1) Rs.12,000-52,000/- + Grade Pay- Rs.3,900/-  
বয়স- ১৮ ৰ পৰা ৪২ বছৰ । (অবিচিৰ বাবে ৩ বছৰ আৰু এছচি এছটিৰ বাবে ৫ বছৰ ৰেহাই)

লগতে পঢ়ক - অসম চৰকাৰে দিব বহি:ৰাজ্যৰ পৰা  অহাসকলক কৰ্মসংস্থাপন । মোবাইলতে কৰক আবেদন ।

খ) চকিদাৰ 

খালী পদ- ১টা 
শিক্ষাগত অৰ্হতা- ৮ম মান পাছ । 
দৰমহা- (PB-1) Rs.12,000-52,000/- + Grade Pay- Rs.3,900/-  
বয়স- ১৮ ৰ পৰা ৪২ বছৰ । (অবিচিৰ বাবে ৩ বছৰ আৰু এছচি এছটিৰ বাবে ৫ বছৰ ৰেহাই)

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাকযোগে আবেদন কৰিব । আবেদন কৰিবৰ বাবে তলত দিয়া এপ্লিকেচন ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ফিলআপ কৰি বয়স, শিক্ষা, জাতিগত প্ৰমাণপত্ৰ আদিৰ চেলফ এটাছ জেৰক্স কপিৰ লগত ৩ কপি পাছফৰ্ট ফটোৰ সৈতে তলত দিয়া ঠিকনাত পঠিয়াব লাগিব । আবেদন ফৰ্মত মোবাইল নং দিবলৈ নাপাহৰিব । লগতে দুইটা পদৰ বাবে যদি আবেদন কৰে পৃথকে পৃথকে কৰিব লাগিব । APPLICATION FOR THE POST OF PEON/ CHOWKIDAR বুলি খামৰ উপৰত লিখিবলৈ নাপাহৰিব ।

লগতে পঢ়ক - যোৰহাট জিলাৰ কৰ্টত চাকৰি । আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক


আবেদনৰ অন্তিম দিন

৩০ জুলাই, ২০২০ ।

আবেদন প্ৰেৰণৰ ঠিকনা-

Chief Judicial Magistrate (CJM),  Udalguri PO :- Udalguri, Pin- 784509 , BTAD, Assam .

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close