যোৰহাট জিলাৰ কৰ্টত চাকৰি । আবেদন কিদৰে কৰিব জানিবলৈ ক্লিক কৰক । Jorhat Court Job 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, July 4, 2020

যোৰহাট জিলাৰ কৰ্টত চাকৰি । আবেদন কিদৰে কৰিব জানিবলৈ ক্লিক কৰক । Jorhat Court Job 2020

অসমৰ যোৰহাট জিলাৰ Chief Judicial Magistrate (CJM) অফিচত শেহতীয়াকৈ মুকলি হৈছে পিয়ন আৰু চকিদাৰৰ খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আাজি আমি আমাৰ এই লিখনিৰ জৰিয়তে জনাম ।

আবেদন প্ৰক্ৰিয়া

অফলাইন ।

অন্তিম দিন

২০ জুলাই, ২০২০ ।

শিক্ষাগত অৰ্হতা

অষ্টম মান পাছ কিন্তু হায়াৰ ছেকেন্ডেৰী অনুতীৰ্ণ ।

বয়স

১৮ ৰ পৰা ৩৮ বছৰ ।( অবিচিৰ বাবে ৩ বছৰ আৰু এছচি এছটিৰ বাবে ৫ বছৰ ৰেহাই)

খালী পদৰ নাম

ক) পিয়ন আৰু খ) চকিদাৰ 

ক) পিয়ন

খালী পদ- ৪ টা (আনৰিজাৰ্ভড- ২, অবিচি- ১ আৰু এচচি- ১ টা)

লগতে পঢ়ক - অসম চৰকাৰে দিব বহি:ৰাজ্যৰ পৰা  অহাসকলক কৰ্মসংস্থাপন । মোবাইলতে কৰক আবেদন ।

খ) চকিদাৰ 

খালী পদ-  ২ টা (আনৰিজাৰ্ভড-১ টা আৰু এচচি- ১ টা)

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাকযোগে আবেদন কৰিব । আবেদন কৰিবৰ বাবে এপ্লিকেচন ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ফিলআপ কৰি বয়স, শিক্ষা, জাতিগত প্ৰমাণপত্ৰ আদিৰ চেলফ এটাছ জেৰক্স কপিৰ লগত 4 কপি পাছফৰ্ট ফটোৰ সৈতে তলত দিয়া ঠিকনাত পঠিয়াব লাগিব । “APPLICATION FOR THE POSTS OF PEON/CHOWKIDAR”খামৰ ওপৰত লিখিব । আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ তলৰ লিংকত ক্লিক কৰক ।

আবেদনৰ অন্তিম দিন

২০ জুলাই, ২০২০ ।

আবেদন প্ৰেৰণৰ ঠিকনা-

Office of the Chief Judicial Magistrate,Jorhat, Atilagaon, Jorhat, Assam 785001

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

3 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close