অসম চৰকাৰৰ বিভিন্ন বিভাগত ৮ম মান পাছৰ পৰা আৰম্ভ হোৱা চাকৰিসমূহৰ আবেদন প্ৰক্ৰিয়া । জানো আহক । ASSAM 8TH PASS GOVT JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, July 6, 2020

অসম চৰকাৰৰ বিভিন্ন বিভাগত ৮ম মান পাছৰ পৰা আৰম্ভ হোৱা চাকৰিসমূহৰ আবেদন প্ৰক্ৰিয়া । জানো আহক । ASSAM 8TH PASS GOVT JOB 2020

অসম চৰকাৰ বিভিন্ন বিভাগত মুকলি হৈছে অষ্টম মানৰ পৰা উৰ্ত্তীণ হোৱা বা তাতোধিকসকলৰ বাবে চাকৰি । কত কিদৰে কেনেকৈ মুকলি হৈছে আৰু কিদৰে আবেদন কৰিব জানিবলৈ সম্পূৰ্ণ লিখনি পঢ়ক ।

1. যোৰহাট কৰ্টত চাকৰি 

খালী পদ- ৬ টা
পদৰ নাম- পিয়ন আৰু চকিদাৰ
অৰ্হতা- অষ্টম মান ।
এপ্লাই কৰিবলৈ ক্লিক কৰক - ইয়াত

2. ওদালগুৰি কৰ্টত চাকৰি 

খালী পদ- ৬ টা
পদৰ নাম- পিয়ন আৰু চকিদাৰ
অৰ্হতা- অষ্টম মান ।
এপ্লাই কৰিবলৈ ক্লিক কৰক - ইয়াত

3. ডিমা হাচাও কৰ্টত চাকৰি 

খালী পদ- ১ টা
পদৰ নাম-  ড্ৰাইভাৰ
অৰ্হতা- অষ্টম মান । ট্ৰেন্সপৰ্ট ড্ৰাইভিং লাইচেন্স লগতে ৩ বছৰৰ অভিজ্ঞতা ।
দৰমহা- ১৫০০০ প্ৰতি মাহ ।
বয়স- ১৮ ৰ পৰা ৪৩ ।
আবেদন প্ৰক্ৰিয়া- আবেদন আৰু নথিপত্ৰসহ এই ঠিকনাত পঠিয়াওক  District & Sessions Judge,Dima Hasao, Haflong, ,Assam 788819
বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত

4.  গোলাঘাট  কৰ্টত চাকৰি 

খালী পদ- ২ টা
পদৰ নাম- ড্ৰাইভাৰ
অৰ্হতা- অষ্টম মান । ট্ৰেন্সপৰ্ট ড্ৰাইভিং লাইচেন্স  ।
দৰমহা- ১৫০০০ প্ৰতি মাহ ।
বয়স- ১৮ ৰ পৰা ৪৩ ।
আবেদন প্ৰক্ৰিয়া- আবেদন আৰু নথিপত্ৰসহ এই ঠিকনাত পঠিয়াওক District and Sessions judge golaghat, Court Rd, Golaghat, Assam 785621
বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত

5.  কামৰূপ মেট্ৰ  কৰ্টত চাকৰি 

খালী পদ- ৩ টা
পদৰ নাম-  ড্ৰাইভাৰ
দৰমহা- ১৫০০০ প্ৰতি মাহ ।
বয়স- ১৮ ৰ পৰা ৪৩ ।
আবেদন প্ৰক্ৰিয়া- আবেদন আৰু নথিপত্ৰসহ এই ঠিকনাত পঠিয়াওক  District and Sessions Judge, kamrup, Near, Cotton University Rd, Dighalipukhuri, Guwahati, Assam 781001
বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close