অসম চৰকাৰৰ কভিড-১৯ৰ বাবে মুকলি চাকৰি । অৰ্হতা ৮ মান পাছৰ পৰা । কিদৰে আবেদন কৰিব চাওক | - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, July 7, 2020

অসম চৰকাৰৰ কভিড-১৯ৰ বাবে মুকলি চাকৰি । অৰ্হতা ৮ মান পাছৰ পৰা । কিদৰে আবেদন কৰিব চাওক |

District Health Society (DHS),যোৰহাটে শেহতীয়াকৈ মুকলি কৰিছে এটা চাকৰিৰ বিজ্ঞাপন । অসম চৰকাৰৰ যোৰহাট জিলাত কৰোণাৰ চিকিৎসাৰ বাবে স্থাপন কৰা আইচলেচন/কভিড কেয়াৰ চেন্টাৰসমূহত বিভিন্ন পদত নিযুক্তি বিচাৰি আবেদন বিচৰা হৈছে । ।কোনোধৰণৰ লিখিত পৰীক্ষা নোহোৱাকৈ পোনপোটীয়াকৈ ইন্টাৰভিউ দি আপুনি এই চাকৰি লাভ কৰিব পাৰে । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পুৰ্ণকৈ পঢ়ক ।

ইন্টাৰভিউৰ তাৰিখ-

১০ জুলাই, ২০২০

আবেদন প্ৰক্ৰিয়া-

অনলাইন নাইবা অফলাইন (ডাইৰেক্ট ইন্টাৰভিউ)

খালী পদৰ নাম-

খালী পদৰ সংখ্যা -

খালী পদৰ সংখ্যা জনোৱা হোৱা নাই । আন জিলা বিলাকত একেই পদত ৫-৩০ টা পদত নিযুক্তি হৈছে । গতিকে যথেষ্ট সংখ্যাক পদ থাকিব লাগে বুলি ধাৰণা কৰিব পাৰি ।

দৰমহা-

১৫ হাজাৰ

শিক্ষাগত অৰ্হতা-

৮ম মান পাছ ।

বয়স-

কোনো ধৰণৰ বয়সৰ সীমা উল্লেখ নাই ।

লগতে পঢ়ক - অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্তাপনা প্ৰাধিকৰণত চাকৰি ।

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাইৰেক্ট ইন্টাৰভিউৰ বাবে তলত দিয়া ঠিকনাত যাব লাগিব । ইন্টাৰভিউৰ সবিশেষ তলত দিয়া হৈছে । ইন্টাৰভিউৰ বাবে ফটো পৰিচয় পত্ৰৰ সৈতে সকলো শিক্ষাগত আৰু প্ৰয়োজনীয় নথি পত্ৰসমূহৰ জেৰক্স লগত লৈ যাব লাগিব । অন্য়থা আবেদনকাৰী সকলে আবেদন পত্ৰ নাইবা বায়ডাতা এই ঠিকনাত ইমেইলো কৰিব পাৰে - dhsrecruitment2020@gmail.com

ইন্টাৰভিউৰ সবিশেষ-

ইন্টাৰভিউৰ তাৰিখ: ১০ জুলাই, ২০২০

স্থান : Joint director of health services jorhat address, AT Rd, Chowk Bazar, New Colony, Jorhat, Assam 785001

চৰকাৰে দিয়া এই চাকৰিৰ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

3 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close