অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্তাপনা প্ৰাধিকৰণত চাকৰি । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী মাত্ৰ । কিদৰে আবেদন কৰিব চাওক । ASSAM HS PASS JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, July 8, 2020

অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্তাপনা প্ৰাধিকৰণত চাকৰি । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী মাত্ৰ । কিদৰে আবেদন কৰিব চাওক । ASSAM HS PASS JOB 2020

শেহতীয়াকৈ অসমৰ চৰকাৰৰ অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্তাপনা প্ৰাধিকৰণত বিভাগত মুকলি হৈছে চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আপোনাক জনাম ।

আবেদন প্ৰক্ৰিয়া

অনলাইন বা অফলাইন । 

আবেদনৰ অন্তিম দিন

১০ জুলাই, ২০২০ ।

দৰমহা

৯০০০ টকা প্ৰতি মাহ ।

চাকৰিৰ স্থান

District Disaster Management Authority, Hojai 

খালী পদৰ নাম

ইনফৰমেচন এছিছটেন্ট । 

খালী পদৰ সংখ্যা

বয়স সীমা

১৮ বছৰৰ ওপৰত । 

শিক্ষাহত অৰ্হতা

হায়াৰ ছেকেণ্ডেৰী ।

অন্যান্য অৰ্হতা

  • কম্পইউটাৰৰ ছয়মহীয়া কৰ্ছ নাইবা কম্পইউটাৰ জ্ঞান থকাটো প্ৰয়োজনীয় । 
  • অসমীয়া আৰু ইংৰাজীত পাৰ্গত হব লাগিব ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন বা অফলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ বাবে  A4 চাইজ পেপাৰত বায়ডাটাসহ অন্যান্য নথি পত্ৰ deoc.hojai@gmail.comত মেইল কৰিব পাৰে । অফলাইন আবেদনৰ বাবে তলত দিয়া ঠিকনাত বায়ডাটাৰ লগতে চেলফ এটাছ ফটো আৰু অন্য়ান্য় নথি পত্ৰ লৈ উপস্থিত হব লাগিব । 

ইন্টাৰভিউৰ সবিশেষ

সময়- ১০ বজাৰ পৰা । 
তাৰিখ- ১০ জুলাই, ২০২০ ।
স্থান- কনফাৰেন্স হল, জিলা উপায়ু্ক্ত, হোজাই 

চৰকাৰে দিয়া এই চাকৰিৰ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close