অইল ইণ্ডিয়া, দুলীয়াজানত চাকৰি । খালী পদ ৱাৰ্ডেন । ডাইৰেক্ট ইন্টাৰভিউ । OIL INDIA JOBS IN DULIAJAN ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, July 11, 2020

অইল ইণ্ডিয়া, দুলীয়াজানত চাকৰি । খালী পদ ৱাৰ্ডেন । ডাইৰেক্ট ইন্টাৰভিউ । OIL INDIA JOBS IN DULIAJAN ASSAM 2020

অইল ইণ্ডিয়াই শেহতীয়াকৈ মুকলি কৰিছে চাকৰিৰ বিশেষ বিজ্ঞাপন । দুলীয়াজানত মুকলি হবলগীয়া এই চাকৰিৰ পদত কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ তলৰ লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অফলাইন ।

খালী পদৰ নাম

ৱাৰ্ডেন ।

দৰমহা-

১৫০০০ টকা

খালী পদ

২ টা । 

চাকৰিৰ স্থান

স্কুল অৱ নাৰ্চিং, অইল হস্পিটাল, অসম, দুলীয়াজান ।

শিক্ষাগত অৰ্হতা -

যিকোনো গ্ৰেডুৱেট । বিএছচি(হম চাইন্স) নহলে ডিপ্লমা ইন হাউচ কিপিং হলে অগ্ৰাধিকাৰ পাব ।

লগতে পঢ়ক - অসম চৰকাৰৰ জলপৰিবহণ বিভাগত মুকলি ২২৫ টা পদ । অৰ্হতা অষ্টম মানৰ পৰা গ্ৰডুৱেটলৈ ।

বয়স-

৪০ৰ পৰা ৫৫ বছৰ ।

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্ত ইন্টাৰভিউৰ বাবে যাব লাগিব । ইন্টাৰভিউৰ বাবে প্ৰয়োজনীয় সকলো নথিপত্ৰ লগত লৈ যাব লাগিব ।

ইন্টাৰভিউৰ সবিশেষ -

২৭ জুলাই, ২০২০
ৰেজিষ্ট্ৰেচন সময়-  ৭ বজাৰ পৰা ৯ বজা ।
স্থান -  অইল ইণ্ডিয়া হস্পিটাল, দুলীয়াজান ।

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close