সুবৰ্ণ সুযোগ ! ৮০০ টা নতুন পদ মুকলি । অৰ্হতা- দশম মান পাছ । Central Reserve Police Force Jobs 2020 in Assamese - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, July 12, 2020

সুবৰ্ণ সুযোগ ! ৮০০ টা নতুন পদ মুকলি । অৰ্হতা- দশম মান পাছ । Central Reserve Police Force Jobs 2020 in Assamese

ভাৰত চৰকাৰৰ Central Reserve Police Force য়ে শেহতীয়াকৈ মুকলি কৰিছে চাকৰিৰ বিজ্ঞাপন । Group B আৰু Group C Paramedical Staff ৰ বাবে মুকলি হৈছে এই পদসমূহ । কত কিদৰে আবেদন কৰিব সকলোবোৰ জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অফলাইন

আবেদনৰ আৰম্ভণী

২০ জুলাই, ২০২০ ।

1. কনিষ্টবল ( চাফাই কৰ্মচাৰী) 

  • খালী পদ- ১২১ টা  
  • শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ । 
  • ইংৰাজী নাইবা হিন্দী নাইবা যিকোনো স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব । 
  • মেডিকেলি সু্স্থ থাকিব লাগিব ।

2. কনিষ্টবল ( ৰান্ধনী) 

  • খালী পদ- ১১৬ টা 
  • শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ । 
  • একবছৰ অভিজ্ঞতা । 
  • মেডিকেলি সু্স্থ থাকিব লাগিব ।

লগতে পঢ়ক - অসম চৰকাৰৰ জলপৰিবহণ বিভাগত মুকলি ২২৫ টা পদ । অৰ্হতা অষ্টম মানৰ পৰা গ্ৰডুৱেটলৈ ।

3.কনিষ্টবল (মালাছি)

  • খালী পদ-০৪ টা  
  • শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ । 
  • হোটেল বা ৰেষ্ট্ৰুৰেন্টৰ দুই বছৰ অভিজ্ঞতা । 
  • মেডিকেলি সু্স্থ থাকিব লাগিব । 

4. কনিষ্টবল (ধুবি) 

  • খালী পদ-০৫ টা  
  • শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ । 
  • এক বছৰ অভিজ্ঞতা । 
  • মেডিকেলি সু্স্থ থাকিব লাগিব ।

5. কনিষ্টবল (ইলেকট্ৰিচিয়ান) 

  • খালী পদ-০১ টা  
  • শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ । 
  • ইলেকট্ৰিচিটিয়ানৰ ডিপ্লমা । 
  • মেডিকেলি সু্স্থ থাকিব লাগিব ।

6.ছাব ইনিচপেক্টৰ (ষ্টাফ নাৰ্চ) 

  • খালী পদ-১৭৫ টা  
  • শিক্ষাগত অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী পাছ । 
  • চাৰে তিনিবছৰীয়া জেনেৰেল নাৰ্ছিং কৰ্ছ । 
  • মেডিকেলি সু্স্থ থাকিব লাগিব । 

7.ছাব ইনিচপেক্টৰ (ফাৰ্মাচিষ্ট) 

  • খালী পদ-৬৪ টা  
  • শিক্ষাগত অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী পাছ । 
  • দুই বছৰীয়া ফাৰ্মাচী ডিপ্লমা কৰ্ছ । 
  • মেডিকেলি সু্স্থ থাকিব লাগিব । 
ইয়াৰোপৰিও Assistant Sub Inspector (Laboratory Technician), Inspector (Dietitian), Sub Inspector (Radiographer), Assistant Sub Inspector (Physiotherapist), Assistant Sub Inspector ( Dental Technician), Assistant Sub inspector / Electro Cardiography Technician , Head Constable (Physiotherapy Assistant/Nursing Assistant / Medic), Head Constable (ANM/Midwife),Head Constable (Dialysis Technician),Head Constable (Junior X-ray Assistant),Head Constable (Laboratory Assistant),Head Constable (Radiographer)(Veterinary),Head Constable (Steward),Constable (W/C),Constable (Table Boy) আদি বিভিন্ন পদত চাকৰি মুকলি হৈছে । সবিশেষ জানিবলৈ তলত দিয়া বিজ্ঞাপনত ক্লিক কৰক ।

পৰীক্ষা কেন্দ্ৰ

ইয়াৰোপৰিও গুৱাহাটীত পৰীক্ষাকেন্দ্ৰ  থাকিব যত ইন্টাৰভিউৰ পৰীক্ষা অনুষ্ঠিত হব ।

আবেদন ফিজ

আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে গ্ৰপ চি আৰু গ্ৰুপ বিৰ বাবে ১০০ টকা আৰু ২০০ টকা Indian postal orders আৰু Bank Draft ৰ জৰিয়তে পেমেন্ট কৰিব লাগিব ।

লগতে পঢ়ক - অসম চৰকাৰৰ বিভিন্ন বিভাগত ৮ম মান পাছৰ পৰা আৰম্ভ হোৱা চাকৰিসমূহ

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে ডাকযোগে আবেদন কৰিব লাগিব । এপ্লিকেচন ফৰ্মখন ডাউনলোড কৰি দুখন পাছপৰ্ট ফটোৰ সৈতে  নিজা ঠিকনা থকা এনভলপৰ সৈতে "Central Reserve Police Force Paramedical Staff Examination, 2020 " লিখি  এই ঠিকনা"DIGP, Group Centre, CRPF,Bhopal, Village-Bangrasia, Taluk-Huzoor, District-Bhopal,M.P-462045". ত প্ৰেৰণ কৰিব লাগিব ।

আবেদনৰ অন্তিম দিন

৪ চেপ্তেম্বৰ , ২০২০ ।

অধিক জানিবৰ বাবে সম্পুৰ্ণ বিজ্ঞাপনটো পঢ়ক ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত 

আবেদন ফৰ্মৰ বাবে ক্লিক কৰক - ইয়াত

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close