ভাৰত চৰকাৰৰ Central Reserve Police Force য়ে শেহতীয়াকৈ মুকলি কৰিছে চাকৰিৰ বিজ্ঞাপন । Group B আৰু Group C Paramedical Staff ৰ বাবে মুকলি হৈছে এই পদসমূহ । কত কিদৰে আবেদন কৰিব সকলোবোৰ জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
আবেদন প্ৰক্ৰিয়া-
অফলাইনআবেদনৰ আৰম্ভণী-
২০ জুলাই, ২০২০ ।1. কনিষ্টবল ( চাফাই কৰ্মচাৰী)
- খালী পদ- ১২১ টা
- শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ ।
- ইংৰাজী নাইবা হিন্দী নাইবা যিকোনো স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব ।
- মেডিকেলি সু্স্থ থাকিব লাগিব ।
2. কনিষ্টবল ( ৰান্ধনী)
- খালী পদ- ১১৬ টা
- শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ ।
- একবছৰ অভিজ্ঞতা ।
- মেডিকেলি সু্স্থ থাকিব লাগিব ।
লগতে পঢ়ক - অসম চৰকাৰৰ জলপৰিবহণ বিভাগত মুকলি ২২৫ টা পদ । অৰ্হতা অষ্টম মানৰ পৰা গ্ৰডুৱেটলৈ ।
3.কনিষ্টবল (মালাছি)
- খালী পদ-০৪ টা
- শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ ।
- হোটেল বা ৰেষ্ট্ৰুৰেন্টৰ দুই বছৰ অভিজ্ঞতা ।
- মেডিকেলি সু্স্থ থাকিব লাগিব ।
4. কনিষ্টবল (ধুবি)
- খালী পদ-০৫ টা
- শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ ।
- এক বছৰ অভিজ্ঞতা ।
- মেডিকেলি সু্স্থ থাকিব লাগিব ।
5. কনিষ্টবল (ইলেকট্ৰিচিয়ান)
- খালী পদ-০১ টা
- শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ ।
- ইলেকট্ৰিচিটিয়ানৰ ডিপ্লমা ।
- মেডিকেলি সু্স্থ থাকিব লাগিব ।
6.ছাব ইনিচপেক্টৰ (ষ্টাফ নাৰ্চ)
- খালী পদ-১৭৫ টা
- শিক্ষাগত অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী পাছ ।
- চাৰে তিনিবছৰীয়া জেনেৰেল নাৰ্ছিং কৰ্ছ ।
- মেডিকেলি সু্স্থ থাকিব লাগিব ।
7.ছাব ইনিচপেক্টৰ (ফাৰ্মাচিষ্ট)
- খালী পদ-৬৪ টা
- শিক্ষাগত অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী পাছ ।
- দুই বছৰীয়া ফাৰ্মাচী ডিপ্লমা কৰ্ছ ।
- মেডিকেলি সু্স্থ থাকিব লাগিব ।
ইয়াৰোপৰিও Assistant Sub Inspector (Laboratory Technician), Inspector (Dietitian), Sub Inspector (Radiographer), Assistant Sub Inspector (Physiotherapist), Assistant Sub Inspector ( Dental Technician), Assistant Sub inspector / Electro Cardiography Technician , Head Constable (Physiotherapy Assistant/Nursing Assistant / Medic), Head Constable (ANM/Midwife),Head Constable (Dialysis Technician),Head Constable (Junior X-ray Assistant),Head Constable (Laboratory Assistant),Head Constable (Radiographer)(Veterinary),Head Constable (Steward),Constable (W/C),Constable (Table Boy) আদি বিভিন্ন পদত চাকৰি মুকলি হৈছে । সবিশেষ জানিবলৈ তলত দিয়া বিজ্ঞাপনত ক্লিক কৰক ।
পৰীক্ষা কেন্দ্ৰ -
ইয়াৰোপৰিও গুৱাহাটীত পৰীক্ষাকেন্দ্ৰ থাকিব যত ইন্টাৰভিউৰ পৰীক্ষা অনুষ্ঠিত হব ।
আবেদন ফিজ-
আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে গ্ৰপ চি আৰু গ্ৰুপ বিৰ বাবে ১০০ টকা আৰু ২০০ টকা Indian postal orders আৰু Bank Draft ৰ জৰিয়তে পেমেন্ট কৰিব লাগিব ।
Awesome Idea
ReplyDelete