অসম চৰকাৰৰ জলপৰিবহণ বিভাগত মুকলি ২২৫ টা পদ । অৰ্হতা অষ্টম মানৰ পৰা । কিদৰে আবেদন কৰিব চাওক । ASSAM GOVT INLAND WATER TRANSPORT JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, July 16, 2020

অসম চৰকাৰৰ জলপৰিবহণ বিভাগত মুকলি ২২৫ টা পদ । অৰ্হতা অষ্টম মানৰ পৰা । কিদৰে আবেদন কৰিব চাওক । ASSAM GOVT INLAND WATER TRANSPORT JOBS 2020

সুখৱৰ । অৱশেষত অসম চৰকাৰৰ জলপৰিবহণ বিভাগত মুকলি ২২৫ টা বিভিন্ন পদৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি হৈছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আমাৰ এই লিখনিৰ জৰিয়তে জনাম । গতিকে সকলোবোৰ সম্পূৰ্ণকৈ পঢ়ক ।
Assam Inland Water transport Job 2020
Assam Inland Water transport Job 2020

আবেদন প্ৰক্ৰিয়া

অনলাইন 


আবেদনৰ ফিজ- 

কোনো ধৰণৰ অনলাইন আবেদনৰ ফিজ নাই । 

আবেদনৰ আৰম্ভণী

২০ জুলাই, ২০২০ ।  

খালী হোৱা পদৰ সবিশেষ

আমি জনাইছো যে অসম চৰকাৰৰ জলপৰিবহণ বিভাগত বিভিন্ন পদত চাকৰি উলাইছে । সেইপদসমূহৰ সবিশেষ তলত দাঙি ধৰা হ'ল -

১. গ্ৰেড ফৰ(জিলা পৰ্যায়ত)

খালী পদৰ সংখ্যা- ৩০ টা 
দৰমহা- ১২,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা 
শিক্ষাগত অৰ্হতা- অষ্টম মান পাছ । ( দশমমান বা অন্য়ান্য়সকলেো আবেদন কৰিব পাৰিব । ) 
বয়স- ১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

২. এনফৰ্চমেন্ট চেকাৰ (জিলা পৰ্যায়ত)

খালী পদৰ সংখ্যা-  ৪৮ টা 
দৰমহা- ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৫৬০০ টকা
শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ ।
বয়স- ১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

লগতে পঢ়ক- আকৌ মুকলি কভিড-১৯ চেন্টাৰত চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা ।


৩.এছিছটেন্ট এনফৰ্চমেন্ট ইনচপেক্টৰ (জিলা পৰ্যায়ত)

খালী পদৰ সংখ্যা- ৩০ টা 
দৰমহা-১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৬২০০ টকা
শিক্ষাগত অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী পাছ ।

বয়স- ১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

৪.জুনিয়ৰ এছিটেন্ট (জিলা পৰ্যায়ত)

খালী পদৰ সংখ্যা- ৫৬  টা 
দৰমহা- ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৬২০০ টকা
শিক্ষাগত অৰ্হতা- যিকোনো গ্ৰেডুৱেট লগতে কম্পিউটাৰ ডিপ্লমা ।
বয়স- ১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

৫.জুনিয়ৰ এছিটেন্ট (ৰাজ্যিক পৰ্যায়ত)

খালী পদৰ সংখ্যা- ৮ টা
দৰমহা- ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৬২০০ টকা
শিক্ষাগত অৰ্হতা- যিকোনো গ্ৰেডুৱেট লগতে কম্পিউটাৰ ডিপ্লমা ।
বয়স- ১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

নোট- ইয়াৰোপৰিও ডাইৰেক্টৰেট অফ ইনলেন্ড ৱাটাৰ ট্ৰেনচপৰ্ট বিভাগৰ অন্তৰ্গত প্ৰায় ৫০ টা পদ মুকলি হৈছে । সবিশেষ তলত দিয়া বিজ্ঞাপনত গৈ পঢ়ি লব পাৰে ।

কিদৰে বাচনি কৰা হব

আবেদনকাৰী প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাৰ যোগেদি বাচনি কৰা হব ।  

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ বাবে ফটো , চহি আৰু শিক্ষাগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

অনলাইন আবেদনৰ অন্তিম দিন

৮ আগষ্ট, ২০২০


বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত 

আবেদন ফৰ্মৰ বাবে ক্লিক কৰক - ইয়াত

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close