স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ । ASSAM HEALTH DEPARTMENT JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, September 7, 2020

স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ । ASSAM HEALTH DEPARTMENT JOBS 2020

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ মুকলি হৈছে আন এক বৃহৎ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া । ইতিমধ্যে Directorate of Health Services (DHS), Assam য়ে ইয়াৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । সৰ্বমুঠ  813 টা পদ খালী হৈছে যত  157 টা পদ (Non-Technical) আৰু 656 টা পদ (Technical) । আজি আমি 157 টা (Non-Technical) পদসমূহৰ বিষয়ে আপোনালোকক জনাম । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Health Department Jobs in Assam 2020

আবেদন প্ৰক্ৰিয়া

অনলাইন ।

1. Store Keeper (ষ্টৰ কিপাৰ)

খালী পদ : 9 টা
শিক্ষাগত অৰ্হতা : HSSLC (হায়াৰ ছেকেণ্ডেৰী) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

2. Health Educator (হেল্থ ইডুকেটৰ)

খালী পদ : 56 টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

3. Junior Assistant/ LDA (জুনিয়ৰ এছিছটেন্ট)

খালী পদ : 60  টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

4. Account Asstt. cum Cashier(কেছিয়াৰ)

খালী পদ : 7  টা
শিক্ষাগত অৰ্হতা : কমাৰ্চ গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

5. Statistical Assistant (ষ্টেটেচটিকেল এছিছটেন্ট)

খালী পদ : 6  টা
শিক্ষাগত অৰ্হতা : গ্ৰেডুৱেট (Statistics or Economics or Mathematics বিষয়ত) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

6. Account Finance (একাউন্ট ফাইনেন্স  )

খালী পদ : 13 টা
শিক্ষাগত অৰ্হতা : বি.কম পাছ লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

7. Statistical Clerk (ষ্টেটেচটিকেল কালৰ্ক)

খালী পদ : 6 টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

বয়স

১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

আবেদন ফিজ

কোনো ধৰণৰ আবেদন ফিজ নাই ।

চাকৰিৰ স্থান

West Karbi Anglong, South Saimara-Mankachar, Majuli, Charaideo, Hojai & Biswanath Chariali লগতে অসমৰ বিভিন্ন জিলাত থকা হস্পিটালসমূহ ।

অনলাইন আবেদন আৰম্ভণী-

10th September, 2020 

অনলাইন আবেদনৰ অন্তিম দিন

24th September,2020 

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক 

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

1 comment:

  1. Form kot paam.. .click korile http buli google t dekha pai. .

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close