অসম চৰকাৰৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ মুকলি হৈছে আন এক বৃহৎ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া । ইতিমধ্যে Directorate of Health Services (DHS), Assam য়ে ইয়াৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । সৰ্বমুঠ 813 টা পদ খালী হৈছে যত 157 টা পদ (Non-Technical) আৰু 656 টা পদ (Technical) । আজি আমি 157 টা (Non-Technical) পদসমূহৰ বিষয়ে আপোনালোকক জনাম । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
আবেদন প্ৰক্ৰিয়া -
অনলাইন ।
1. Store Keeper (ষ্টৰ কিপাৰ)
খালী পদ : 9 টা
শিক্ষাগত অৰ্হতা : HSSLC (হায়াৰ ছেকেণ্ডেৰী) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
2. Health Educator (হেল্থ ইডুকেটৰ)
খালী পদ : 56 টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
3. Junior Assistant/ LDA (জুনিয়ৰ এছিছটেন্ট)
খালী পদ : 60 টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
4. Account Asstt. cum Cashier(কেছিয়াৰ)
খালী পদ : 7 টা
শিক্ষাগত অৰ্হতা : কমাৰ্চ গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
5. Statistical Assistant (ষ্টেটেচটিকেল এছিছটেন্ট)
খালী পদ : 6 টা
শিক্ষাগত অৰ্হতা : গ্ৰেডুৱেট (Statistics or Economics or Mathematics বিষয়ত) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
6. Account Finance (একাউন্ট ফাইনেন্স )
খালী পদ : 13 টা
শিক্ষাগত অৰ্হতা : বি.কম পাছ লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
7. Statistical Clerk (ষ্টেটেচটিকেল কালৰ্ক)
খালী পদ : 6 টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
বয়স-
১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
আবেদন ফিজ -
কোনো ধৰণৰ আবেদন ফিজ নাই ।
চাকৰিৰ স্থান-
West
Karbi Anglong, South Saimara-Mankachar, Majuli, Charaideo, Hojai &
Biswanath Chariali লগতে অসমৰ বিভিন্ন জিলাত থকা হস্পিটালসমূহ ।
অনলাইন আবেদন আৰম্ভণী-
10th September, 2020
অনলাইন আবেদনৰ অন্তিম দিন-
24th September,2020
Form kot paam.. .click korile http buli google t dekha pai. .
ReplyDelete