আকৌ মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা 10th Pass । কিদৰে কৰিব আবেদন চাওক । ASSAM DRIVER JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, September 6, 2020

আকৌ মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা 10th Pass । কিদৰে কৰিব আবেদন চাওক । ASSAM DRIVER JOBS 2020

শেহতীয়াকৈ অসম চৰকাৰৰ দুটা বিভাগত মুকলি হৈছে কেইবাটাও ড্ৰাইভাৰৰ খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ সম্পূৰ্ণ লিখনি পঢ়ক । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Driver Jobs in Assam 2020

Commissioner of Taxes, Assam Department

খালী পদৰ নাম-ড্ৰাইভাৰ 
খালী পদ- ৩ টা 
দৰমহা - 14,000/- ৰ পৰা 49,000/- টকা লগতে Grade Pay5,200/- টকা

শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইচেন্স ।
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) 

লগতে পঢ়ক - স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ । 

আবেদনৰ অন্তিম দিন- ১৯ চেপ্তেম্বৰ, ২০২০ ।
কিদৰে আবেদন কৰিব - ইচ্চুক প্ৰাৰ্থীসকলে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে Office of the Commissioner of Taxes,Assam, Kar Bhawan, Dispur, Guwahati – 781006 ত ডাকযোগে নাইবা উক্ত অফিচত গৈ ড্ৰপ বক্সত জমা দিব পাৰিব ।
প্ৰয়োজনীয় নথি- (i) Valid Driving License (cab). (ii) PAN Card or Aadhaar Card or Voter ID Card. (iii) HSLC Certificate, Marks Sheet and Admit Card. (iv)Certificate of Caste. (v) Employment Registration Certificate.
আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক । 

Directorate of Forensic Science, Assam Department

খালী পদৰ নাম-ড্ৰাইভাৰ 
খালী পদ- ২ টা
দৰমহা - 14,000/- ৰ পৰা 60,500/- টকা লগতে Grade Pay 5,600/- টকা
শিক্ষাগত অৰ্হতা- মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইচেন্স ।
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
আবেদনৰ অন্তিম দিন- ৫ অক্টোৱৰ, ২০২০ ।
কিদৰে আবেদন কৰিব - ইচ্চুক প্ৰাৰ্থীসকলে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে Director, Directorate of Forensic Science, Assam, Kahilipara, Guwahati — 78101 ত ডাকযোগে জমা দিব পাৰিব । 

প্ৰয়োজনীয় নথি- (i) Recent passport size photo.(ii) Admit card/Certificate of HSLC examination.(iii) Copy of Driving License.(iv) Employment Exchange Registration Certificate.(v) Caste Certificate. (vi) One self-addressed envelope (27cm x 13cm) with postal stamp of Rs. 5.00 (Rupees five) only.
আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক । 
চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close