ডিব্ৰুগড় ডিচি অফিচত মুকলি ২৬ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । DC office Dibrugarh Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, September 5, 2020

ডিব্ৰুগড় ডিচি অফিচত মুকলি ২৬ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । DC office Dibrugarh Jobs 2020

ডিব্ৰুগড় জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ২৬ টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া । ইচ্ছুক প্ৰাৰ্থীসকলে উপায়ুক্ত কাৰ্যালয়ত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
DIBRUGARH DC OFFICE JOBS
DIBRUGARH DC OFFICE JOBS

আবেদন প্ৰক্ৰিয়া

অনলাইন (ইমেইল যোগে) ।  

পদৰ সংখ্যা

২৬ টা

পদৰ নাম

অৰুণোদয় সহায়ক 

বয়স -  

দৰমহা-

প্ৰতিমাহে ১৫,০০০ টকা । 

শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা

আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হোৱাৰ লগতে অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব । অকল ডিব্ৰুগড় জিলাৰ প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক - অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক ।

আবেদনৰ অন্তিম দিন - 

৯ চেপ্তেম্বৰ, ২০২০

আবেদন মাচুল

কোনো ধৰণৰ আবেদন মাচুল নালাগে ।

কিদৰে আৱেদন কৰিব লাগিব- 

ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিলআপ কৰি 10-00 AM on 6th September 2020 ৰ পৰা 05-00 PM on 9th September, 2020 ৰ ভিতৰত orunodaisahayakdbr@gmail.comত প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে PDF ফৰমেটত পঠিয়াব লাগিব । আবেদন ফৰ্ম ৬ চেপ্তেম্বৰ ৰাতিপুৱা ১০ বজাৰ পাছতহে উপলব্ধ হব ।

লগতে পঢ়ক - গুৱাহাটীৰ ডিচি অফিচত মুকলি ১২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ

ঠিকনা-

orunodaisahayakdbr@gmail.com

চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক
আবেদন ফৰ্মইয়াত ক্লিক কৰক

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close