গুৱাহাটীৰ ডিচি অফিচত মুকলি ১২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । DC office Kamrup Metro Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, September 4, 2020

গুৱাহাটীৰ ডিচি অফিচত মুকলি ১২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । DC office Kamrup Metro Jobs 2020

কামৰূপ মেট্ৰ জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ১২ টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া । ইচ্ছুক প্ৰাৰ্থীসকলে উপায়ুক্ত কাৰ্যালয়ত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
DC office Kamrup Metro Jobs 2020
DC office Kamrup Metro Jobs 2020

আবেদন প্ৰক্ৰিয়া

অফলাইন ।  

পদৰ সংখ্যা

১২ টা

পদৰ নাম

অৰুণোদয় সহায়ক 

বয়স -  

৩৫ বছৰৰ ভিতৰত হ'ব লগিব।

দৰমহা-

প্ৰতিমাহে ১৫,০০০ টকা । 

শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা

আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হোৱাৰ লগতে অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব । অসমৰ যিকোনো জিলাৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন ।

লগতে পঢ়ক - অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক ।

আবেদনৰ অন্তিম দিন - 

৮ চেপ্তেম্বৰ, ২০২০

আবেদন মাচুল

কোনো ধৰণৰ আবেদন মাচুল নালাগে ।

লগতে পঢ়ক - স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ । 

প্ৰয়োজনীয় নথিপত্ৰসমূহ

*Graduation certificate
*1 year Computer diploma certificate
*Address Proof
*Age Proof.

কিদৰে আৱেদন কৰিব লাগিব- 

ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া ঠিকনাত ষ্টেন্ডাৰ্ড এপ্লিকেচন ফৰ্মৰ লগত প্ৰয়োজনীয় নথিপত্ৰসমূহ ৮ চেপ্তেম্বৰ,২০২০ ৰ ভিতৰত পঠিয়াব লাগিব । প্ৰাৰ্থীয়ে নিজ নিজ email id আৰু Phone no ফৰ্মখনত লিখিব লাগিব ।

লগতে পঢ়ক - ডিব্ৰুগড় ডিচি অফিচত মুকলি ২৬ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ ।

ঠিকনা-

O/o The Deputy Commissioner, Kamrup Metropolitan District, MG Road, Pan Bazaar, Guwahati, Assam 781001

চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক
আবেদন ফৰ্মইয়াত ক্লিক কৰক

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close