মৰিগাঁও জিলাৰ ডিচি অফিচত মুকলি ১২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । Morigaon DC Office Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, September 2, 2020

মৰিগাঁও জিলাৰ ডিচি অফিচত মুকলি ১২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । Morigaon DC Office Jobs 2020

মৰিগাঁও জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ১২ টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া । ইচ্ছুক প্ৰাৰ্থীসকলে উপায়ুক্ত কাৰ্যালয়ত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Morigaon DC Office Jobs
Morigaon DC Office Jobs

আবেদন প্ৰক্ৰিয়া

অফলাইন ।  

পদৰ সংখ্যা

১২ টা

পদৰ নাম

অৰুণোদয় সহায়ক 

বয়স -  

৩৫ বছৰৰ ভিতৰত হ'ব লগিব।

দৰমহা-

প্ৰতিমাহে ১৫,০০০ টকা । 

শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা

আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হোৱাৰ লগতে অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব । অসমৰ যিকোনো জিলাৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন ।

লগতে পঢ়ক - কৰ্টত মুকলি পিয়নৰ চাকৰি । অৰ্হতা- অষ্টম মান । এইদৰে কৰক আবেদন ।

আবেদন মাচুল

কোনো ধৰণৰ আবেদন মাচুল নালাগে ।

প্ৰয়োজনীয় নথিপত্ৰসমূহ

- Graduation Certificate
- Marks sheet
- 1 year Computer Diploma Certificate
- Address Proof
- Age Proof both in original and Photocopies.

কিদৰে আৱেদন কৰিব লাগিব- 

ইচ্ছুক প্ৰাৰ্থীয়েতলত দিয়া ঠিকনাত প্ৰয়োজনীয় নথিপত্ৰসমূহ লগত লৈ ইন্টাৰভিউৰ বাবে যাব লাগিব ।
Date of Walk-in-Interview: 08.09.2020 (Tuesday).
Time: 9 AM to3 PM.
Venue: DC's Office, Morigaon


চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক


1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close