Industries & Commerce, অসম বিভাগত শেহতীয়াকৈ মুকলি হৈছে 245 টা খালী পদ । আমি জনাম কত কেনেকৈ কিদৰে আবেদন কৰিব ।
আবেদন প্ৰক্ৰিয়া-
অফলাইন ।
খালী পদৰ নাম -
Enumerator
খালী পদৰ সংখ্যা-
২৪৫ টা
লগতে পঢ়ক - অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক ।
জিলাভিত্তিক খালী পদ -
1. Baksa 2
2. Barpeta 8
3. Bongaigaon 5
4. Cachar 7
6. Darrang 7
7. Dhemaji 3
8. Dhubri 6
9. Dibrugarh 17
10. Dima Hasao 2
11. Goalpara 4
12. Golaghat 11
13. Hailakandi 2
14. Jorhat 7
15. Kamrup 36
16. Kamrup (M) 43
17. Karbi Anaglong 3
18. Karimganj 4
19. Kokrajhar 3
20. Lakhimpur 7
21. Morigaon 7
22. Nagaon 16
23. Nalbari 8
24. Sivasagar 12
25. Sonitpur 10
26. Tinsukia 11
27. Udalguri 2
28. Majuli 2
মাননী -
প্ৰতি দিনে 400.00 টকাৰ লগতে 200. 00 টকা Conveyances & mobile data usage ৰ বাবদ প্ৰতি দিনে ১০ টা ছাৰ্ভে কৰা বাবদ দিয়া হব ।
শিক্ষাগত অৰ্হতা-
হায়াৰ ছেকেণ্ডেৰী পাছ । লগতে ৬ মহীয়া Diploma/ Certificate in Computer Proficiency । আবেদনকাৰী প্ৰাৰ্থীসকলৰsmart phone / Tablet/ Laptop যিকোনো এটা থাকিব লাগিব ।
কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি লগতে তলত দিয়া ডকুমেন্ট সমূহ গাঠি দি নিজ নিজ জিলাত থকা District Industries & Commerce Centre ৪ চেপ্তেম্বৰ, ২০২০ ৰ ভিতৰত আবেদন কৰিব লাগিব । ডকুমেন্টসমূহ হৈছে -
-Latest passport photo-
-Class XII or above pass certificate
-Birth Certificate/ Certificate of HSLC examination
-Computer Diploma/ Certificate
-Latest passport photo-
-Class XII or above pass certificate
-Birth Certificate/ Certificate of HSLC examination
-Computer Diploma/ Certificate
No comments:
Post a Comment