গুৱাহাটী হাই কৰ্টত ড্ৰাইভাৰৰ কেইবাটাও পদ খালী । অৰ্হতা মাথো অষ্টম মান পাছ । কিদৰে আবেদন কৰিব চাওক । Guwahati High Court Driver Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, September 1, 2020

গুৱাহাটী হাই কৰ্টত ড্ৰাইভাৰৰ কেইবাটাও পদ খালী । অৰ্হতা মাথো অষ্টম মান পাছ । কিদৰে আবেদন কৰিব চাওক । Guwahati High Court Driver Jobs 2020

শেহতীয়াকৈ গুৱাহাটী হাই কৰ্টে ড্ৰাইভাৰৰ কেইবাটাও পদত চাকৰিৰ বাবে বিজ্ঞাপন দি মুকলি কৰিছে চাকৰি । আমি আলোচনা কৰিম কত কিদৰে অতি সহজে ড্ৰাইভাৰ পদত আবেদন কৰিব পাৰিব ।

আবেদন প্ৰক্ৰিয়া -

অনলাইন

আবেদন আবেদনৰ আৰম্ভণী-

৩১ আগষ্ট , ২০২০  ।

খালী পদৰ নাম

ড্ৰাইভাৰ

পদৰ সংখ্যা -

৪ টা ।

অৰ্হতা -  

অষ্টম মানৰ পৰা হায়াৰ ছেকেণ্ডেৰী অনুতীৰ্ণ  ।

লগতে পঢ়ক - আমাজন ইণ্ডিয়াত মুকলি ৫০ হাজাৰ চাকৰি । এইদৰে আবেদন কৰক আজিয়েই ।

বয়স

১৮ৰ পৰা ৩৮ বছৰ । (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

দৰমহা -  

Rs.14,000 – Rs.60,500 plus Grade Pay of Rs.5,600/


কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদন প্ৰক্ৰিয়া আজি অৰ্থাৎ ৩১ আগষ্ট , ২০২০ চনৰ পৰা আৰম্ভ হব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদন ফিজ-

SC, STP & STHৰ বাবে: Rs 150/- আৰু Othersৰ বাবে: Rs 300/-

আবেদনৰ অন্তিম দিন -

১২ চেপ্তেম্বৰ, ২০২০ ( ৫ বজালৈ ) ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close