Assam 155 Base Hospital, তেজপুৰত চাকৰি । গ্ৰুপ চিৰ ৫৪ টা পদ খালী । আবেদন কৰিবলৈ ক্লিক কৰক । Assam 155 Base Hospital Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, June 7, 2020

Assam 155 Base Hospital, তেজপুৰত চাকৰি । গ্ৰুপ চিৰ ৫৪ টা পদ খালী । আবেদন কৰিবলৈ ক্লিক কৰক । Assam 155 Base Hospital Jobs 2020

Army 155 Base Hospital, Tezpurয়ে শেহতীয়াকৈ মুকলি কৰিছে ৫৪ টা গ্ৰুপ চিৰ বিশেষ পদৰ চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আপোনাক জনাম । 

১. ষ্টেনু-২ 

খালী পদ- ২ টা 
শিক্ষাগত অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী নাইবা সমপৰ্যায়ৰ ।

২. ৱাৰ্ড সহায়িকা( মহিলা)

খালী পদ- ১৭ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

৩. চকিদাৰ (পুৰুষ)

খালী পদ- ১ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

লগতে পঢ়ক - আকৌ মুকলি কভিড-১৯ হস্পিটালৰ ৩৬ টা পদত চাকৰি ।   । পঢ়ক কিদৰে ।

৪. ৰান্ধনি( পুৰুষ)

খালী পদ-  ২ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ । 

৫ .কাৰিগৰ(পুৰুষ)

খালী পদ-   ৩ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

৬ . চাফাইৱালা (পুৰুষ)

খালী পদ-  ৫ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

৭ . নাপিত(পুৰুষ)

খালী পদ-  ২ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

৮. ধুবী(পুৰুষ)

খালী পদ-  ৫ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

৯.চাফাইৱালী (মহিলা)

খালী পদ-  ৬ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

১০.দৰ্জী(পুৰুষ)

খালী পদ-  ২ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

১১. মালি( পুৰুষ)

খালী পদ-   ৭  টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

১২ . কাঠমিস্ত্ৰী( পুৰুষ)

খালী পদ-   ১ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

১৩ . পেইন্টাৰ( পুৰুষ)

খালী পদ-  ১ টা
শিক্ষাগত অৰ্হতা-  মেট্ৰিক নাইবা সমপৰ্যায়ৰ ।

লগতে পঢ়ক- জিলা চেচন ন্যায়াধীশ আদালত মুকলি পিয়নৰ চাকৰি । অষ্টম মান পাছৰ পৰা আৰম্ভ ।

বয়স- 

১৮ ৰ পৰা ২৫ বছৰ ( অবিচিৰ বাবে ৩ বছৰ আৰ এচছি এচটিৰ বাবে ৫ বছৰ ৰেহাই) । PH (OH)ৰ বাবে 10 বছৰ ৰেহাই ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাকযোগে আবেদন কৰিব পাৰিব । অফলাইন আবেদনৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া এপ্লিকেচন ফৰমেটৰ দৰে বায়ডাটা চাইন কৰি লগত সকলো ধৰণৰ শিক্ষাগত নথি পত্ৰ, দুকপি ফটোৰ লগতে এখন নিজ ঠিকনা থকা খামৰ সৈতে ২৫ টকীয়া টিকেট  লগাই পঠিয়াব লাগিব । আবেদন কৰা খামখনৰ ওপৰত APPLICATION FOR THE POST OF_________" বুলি লিখি তলত দিয়া ঠিকনাত পঠিয়াব লাগিব ।

আবেদন ফৰ্ম পঠিওৱা ঠিকনা

COMMANDANT 155 BASE HOSPITAL PIN-784001 TEZPUR

আবেদন কৰাৰ অন্তিম দিন - 

২৭ জুন ( আবেদন প্ৰকাশ কৰাৰ ২১ দিন ভিতৰত)

চৰকাৰী বিজ্ঞাপন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

এপ্লিকেচন ফৰমেট ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close