পষ্ট অফিচৰ এডমিট কাৰ্ড মুকলি । চাওক আপোনাৰ পৰীক্ষা কেতিয়া । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, June 20, 2019

পষ্ট অফিচৰ এডমিট কাৰ্ড মুকলি । চাওক আপোনাৰ পৰীক্ষা কেতিয়া ।

পষ্ট অফিচৰ বাবে আবেদন কৰাসকলৰ বাবে সুখৱৰ । যিসকলে পষ্ট অফিচৰ পষ্টেল এছিছটেন্টৰ বাবে আবেদন কৰিছিল তেখেতসকলৰ বাবে হবলগীয়া পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি হৈছে । আজি আমি কিদৰে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব সেইয়া জনাব ।


এডমিট কাৰ্ডৰ সবিশেষ

  • Name of Exam: Combined Higher Secondary Level Examination, 2019
  • পদৰ সংখ্য়া: 3259 Posts
  • পৰীক্ষাৰ নাম: Computer Based Examination (Tier 1)
  • এডমিট কাৰ্ড Status: Available
  • পৰীক্ষাৰ তাৰিখ : 1st July to 26th July 2019 


কিদৰে ডাউনলোড কৰিব

  • পোনপ্ৰথমে ইয়াত ক্লিক কৰক CLICK HERE .
  • তাৰ পাছত আপোনাৰ ৰেজিষ্ট্ৰেচন নং নাইবা নাম আৰু জন্মদিন দি এডমিট কাৰ্ডৰ শেহতীয়া স্থিতি জানিব ।
  • আপোনাৰ এডমিট কাৰ্ডৰ স্থিতি তলত দিয়া ধৰণে আহিব । 

লগতে পঢ়ক - SSC CHSLৰ পষ্টেল এছিছটেন্টন পৰীক্ষাৰ কিছু প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

লগতে পঢ়ক - অসম আৰক্ষীত ২০০০ পদত নিযুক্তি ।


No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close