SSC CHSLৰ যোগেদি হব লগীয়া পষ্টেল এছিটেন্টৰ পৰীক্ষা অহা মাহ অৰ্থাৎ জুলাই মাহৰ পৰা অনুষ্ঠিত হব । তেনেস্থলত যদি আপুনি এতিয়ালৈ SSC CHSLৰ এডমিট কাৰ্ড ডাউনলোড কৰা নাই ইয়াত ক্লিক কৰি ডাউনলোড কৰি লব পাৰে - পষ্ট অফিচৰ এডমিট কাৰ্ড মুকলি । চাওক আপোনাৰ পৰীক্ষা কেতিয়া ।
যিহেতু পৰীক্ষা নিচেই ওচৰত তেনেস্থলত হয়তো আপুনি ভাবিব পাৰে কিদৰে পৰীক্ষাত আপুনি অৱতীৰ্ণ হব । তাৰবাবে আপুনি SSC CHSLত কি কি বিষয়ত প্ৰশ্ন আহিব সেইয়া জনাটো উচিত । SSC CHSLত তলত দেখুওৱা ধৰণে প্ৰশ্ন আহিব -
SSC CHSLত কিদৰে পঢ়িব :
SSC CHSLৰ বাবে কিদৰে পঢ়িব বা প্ৰয়োজনীয় কিতাপ কত পাব সেইবিষয়ে জানিবলৈ আমাৰ এই লিখনিটো পঢ়িব পাৰে - ডাকঘৰত ওলোৱা পদসমূহৰ বাবে কেনেকৈ পঢ়িব
SSC CHSLৰ পষ্টেল এছিছটেন্টন পৰীক্ষাৰ কিছু প্ৰয়োজনীয় প্ৰশ্নোত্তৰ:
পৰীক্ষাৰ যিহেতু নিচেই ওচৰত গতিকে আপোনাৰ বাবে আমি প্ৰয়োজনীয় কিছু প্ৰশ্নোত্তৰ যুগুত কৰি উলিয়াইছো । ইংৰাজী, সাধাৰণ জ্ঞানত আহিব পৰা অতিকে প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ আপুনি তলৰ লিংকত ক্লিক কৰি ডাউনলোড কৰি লব পাৰে ।
ইংৰাজী
- One word Substitution Pdf= Click Here
- Antonyms & Synonyms Pdf= Click Here
- Idioms & Phrase Pdf= Click Here
সাধাৰণ জ্ঞান
- General Awareness- Click Here
Lets more General Knoledge and every exam Question&Answer to CLICK here