SSC CHSLৰ পষ্টেল এছিছটেন্টন পৰীক্ষাৰ কিছু প্ৰয়োজনীয় প্ৰশ্নোত্তৰ - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, June 29, 2019

SSC CHSLৰ পষ্টেল এছিছটেন্টন পৰীক্ষাৰ কিছু প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

SSC CHSLৰ যোগেদি হব লগীয়া পষ্টেল এছিটেন্টৰ পৰীক্ষা অহা মাহ অৰ্থাৎ জুলাই মাহৰ পৰা অনুষ্ঠিত হব । তেনেস্থলত যদি আপুনি এতিয়ালৈ SSC CHSLৰ এডমিট কাৰ্ড ডাউনলোড কৰা নাই ইয়াত ক্লিক কৰি ডাউনলোড কৰি লব পাৰে - পষ্ট অফিচৰ এডমিট কাৰ্ড মুকলি । চাওক আপোনাৰ পৰীক্ষা কেতিয়া ।

যিহেতু পৰীক্ষা নিচেই ওচৰত তেনেস্থলত হয়তো আপুনি ভাবিব পাৰে কিদৰে পৰীক্ষাত আপুনি অৱতীৰ্ণ হব । তাৰবাবে আপুনি SSC CHSLত কি কি বিষয়ত প্ৰশ্ন আহিব সেইয়া জনাটো উচিত । SSC CHSLত তলত দেখুওৱা ধৰণে প্ৰশ্ন আহিব -




SSC CHSLত কিদৰে পঢ়িব : 

SSC CHSLৰ বাবে কিদৰে পঢ়িব বা প্ৰয়োজনীয় কিতাপ কত পাব সেইবিষয়ে জানিবলৈ আমাৰ এই লিখনিটো পঢ়িব পাৰে - ডাকঘৰত ওলোৱা পদসমূহৰ বাবে কেনেকৈ পঢ়িব

SSC CHSLৰ পষ্টেল এছিছটেন্টন পৰীক্ষাৰ কিছু প্ৰয়োজনীয় প্ৰশ্নোত্তৰ:

পৰীক্ষাৰ যিহেতু নিচেই ওচৰত গতিকে আপোনাৰ বাবে আমি প্ৰয়োজনীয় কিছু প্ৰশ্নোত্তৰ যুগুত কৰি উলিয়াইছো । ইংৰাজী, সাধাৰণ জ্ঞানত আহিব পৰা অতিকে প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ আপুনি তলৰ লিংকত ক্লিক কৰি ডাউনলোড কৰি লব পাৰে ।



ইংৰাজী

সাধাৰণ জ্ঞান

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close