Assam GDS Result 2020 Declared
ইণ্ডিয়া পোষ্টে অসম চাৰ্কেলৰ জিডিএছৰ ফলাফল ঘোষণা কৰিছে। যদি আপুনি অসম ডাক চাৰ্কলৰ অধীনত 919 গ্ৰামীন ডাক কৰ্মচাৰীৰ খালী পদৰ বাবে অনলাইন আৱেদন দাখিল কৰিছিল তেন্তে আপোনাৰ ফলাফল চেক কৰিব পাৰে।
Assam GDS Result 2020 Details
পোষ্টৰ নাম: গ্ৰামীন ডাক কৰ্মচাৰী (জিডিএছ)
পোষ্টৰ সংখ্যা: 919
ৰিজাল্টৰ স্থিতি: উপলব্ধ এতিয়া
ফলাফলৰ তাৰিখ: 20 ডিচেম্বৰ 2020
GDSৰ ফলাফল কেনেদৰে চেক কৰিব
ওপৰত উল্লেখ কৰা 919 টা জি.ডি.এছ. পোষ্টৰ বাবে অনলাইন আবেদন দাখিল কৰা প্ৰাৰ্থীসকলে এতিয়া তলত উল্লেখ কৰা পদক্ষেপ অনুসৰি যোগ্যতা তালিকাত তেওঁলোকৰ নাম পৰীক্ষা কৰিব পাৰে।
পদক্ষেপ 1: তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব-লিংকৰ শাখালৈ যাওক।
পদক্ষেপ 2: অসম ডাক জিডিএছ ফলাফল লিংকত ক্লিক কৰক।
পদক্ষেপ 3: এটা পিডিএফ ফাইল ডাউনলোড হ'ব।
পদক্ষেপ 4: এই পিডিএফ ফাইলত আপোনাৰ নাম সন্ধান কৰক। পদক্ষেপ 5: যদি আপোনাৰ নাম পোৱা যায়; তেন্তে অভিনন্দন ! আপোনাৰ বাছনি কৰা হৈছে।
গুৰুত্বপূৰ্ণ ৱেব-লিংক
অসম ডাক জিডিএছ ফলাফল: ইয়াত ক্লিক কৰক।
বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।
বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।
আনুষ্ঠানিক ৱেবছাইট: ইয়াত ক্লিক কৰক।
কি কৰিব লাগিব যদি আপুনি চিলেক্ট হৈচে ?
যদি আপুনি চিলেক্ট হৈছে , অতি সোনকালেই আপোনাৰ ঠিকনাত ডাক বিভাগৰ পৰা এখন লেটাৰ আহিব আৰু সেই লেটাৰ অনুসৰি আপুনি ডকুমেন্ট ভেৰিফিকেচনৰ বাবে যাব লাগিব । ডকুমেন্ট ভেৰিফিকেচনৰ পাছত আপোনাৰ ফাইনেল জইনিং লেটাৰখন আহিব ।
No comments:
Post a Comment