শোণিতপুৰ জিলা চেচন ন্যায়াধীশ আদালতত মুকলি পিয়নৰ চাকৰি । অষ্টম মান পাছৰ পৰা আৰম্ভ । এইদৰে কৰক আবেদন । ASSAM COURT PEON JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, August 29, 2020

শোণিতপুৰ জিলা চেচন ন্যায়াধীশ আদালতত মুকলি পিয়নৰ চাকৰি । অষ্টম মান পাছৰ পৰা আৰম্ভ । এইদৰে কৰক আবেদন । ASSAM COURT PEON JOB 2020

শেহতীয়াকৈ অসমৰ শোণিতপুৰ জিলাৰ চেচন ন্যায়াধীশ আদালতত মুকলি হৈছে পিয়নৰ খালী পদত চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূ্ৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অফলাইন ।

ইন্টাৰভিউ প্ৰক্ৰিয়া

ডাইৰেক্ট । আবেদন কৰা প্ৰাৰ্থীসকলৰ ইন্টাৰভিউৰ বাবে ৱেৱচাইট(www.sonitpurjudiclary.gov.in)ৰ যোগেদি জনোৱা হব । মৌখিক সাক্ষাৎকাৰ কেৱল ।

খালী পদৰ নাম

পিয়ন 

খালী পদৰ সংখ্যা

১ টা

দৰমহা-  

Rs. 12000-37500/- + G.P. Rs. 3900/- 

শিক্ষাগত অৰ্হতা

ক্লাছ ৮ পাছৰ পৰা ১২ লৈ আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক - নগাঁওৰ ডিচি অফিচত মুকলি ৩২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ ।

বয়স-

১৮ ৰ পৰা ৩৮ বছৰ ।  (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

চাকৰিৰ স্থান

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব পাৰিব ।  অফলাইন আবেদনৰ বাবে তলত দিয়া নথিসমূহ তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিল কৰি প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত ৩ কপি ফটোগ্ৰাফৰ সৈতে পঠিয়াব লাগিব । প্ৰাৰ্থীসকলে মোবাইল নম্বৰ দিয়াটো অনিবাৰ্য । “APPLICATION FOR THE POST OF OFFICE PEON’. বুলি খামখনত লিখি পঠিয়াব ।

  1. শিক্ষাগত অ্ৰৰ্হতাৰ প্ৰমাণপত্ৰ 
  2. বয়সৰ প্ৰমাণপত্ৰ
  3. এপ্লিয়মেন্ট একচেন্সৰ কাৰ্ড
  4. জাতিগত প্ৰমাণপত্ৰ(যদি আছে)। 

ঠিকনা

The District and Sessions Judge,Sonitpur, Tezpur,P.O. & P.S.: Tezpur,Dist: Sonitpur, Assam - 784001.

আবেদন ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

আবেদনৰ অন্তিম দিন - ১৪ চেপ্তেম্বৰ, ২০২০  ।

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close