শেহতীয়াকৈ অসমৰ শোণিতপুৰ জিলাৰ চেচন ন্যায়াধীশ আদালতত মুকলি হৈছে পিয়নৰ খালী পদত চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূ্ৰ্ণকৈ পঢ়ক ।
আবেদন প্ৰক্ৰিয়া -
অফলাইন ।
ইন্টাৰভিউ প্ৰক্ৰিয়া -
ডাইৰেক্ট । আবেদন কৰা প্ৰাৰ্থীসকলৰ ইন্টাৰভিউৰ বাবে ৱেৱচাইট(www.sonitpurjudiclary.gov.in)ৰ যোগেদি জনোৱা হব । মৌখিক সাক্ষাৎকাৰ কেৱল ।খালী পদৰ নাম -
পিয়ন
খালী পদৰ সংখ্যা-
১ টা
দৰমহা-
Rs. 12000-37500/- + G.P. Rs. 3900/-
শিক্ষাগত অৰ্হতা -
ক্লাছ ৮ পাছৰ পৰা ১২ লৈ আবেদন কৰিব পাৰিব ।
লগতে পঢ়ক - নগাঁওৰ ডিচি অফিচত মুকলি ৩২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ ।
বয়স-
১৮ ৰ পৰা ৩৮ বছৰ । (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
চাকৰিৰ স্থান -
Chief Judicial Magistrate, Sonitpur
লগতে পঢ়ক- কিদৰে সকলো Studentয়ে লাভ কৰিব পাৰিব MLA Scholarship Assam 2020 ? সকলো প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ ।
কিদৰে আবেদন কৰিব -
ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব পাৰিব । অফলাইন আবেদনৰ বাবে তলত দিয়া নথিসমূহ তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিল কৰি প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত ৩ কপি ফটোগ্ৰাফৰ সৈতে পঠিয়াব লাগিব । প্ৰাৰ্থীসকলে মোবাইল নম্বৰ দিয়াটো অনিবাৰ্য । “APPLICATION FOR THE POST OF OFFICE PEON’. বুলি খামখনত লিখি পঠিয়াব ।
- শিক্ষাগত অ্ৰৰ্হতাৰ প্ৰমাণপত্ৰ
- বয়সৰ প্ৰমাণপত্ৰ
- এপ্লিয়মেন্ট একচেন্সৰ কাৰ্ড
- জাতিগত প্ৰমাণপত্ৰ(যদি আছে)।
No comments:
Post a Comment