কণীৰ বাকলিৰ আচৰিত গুণ । এইদৰে কৰক ব্যৱহাৰ । Benefits of Egg Shell in Assamese - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, August 30, 2020

কণীৰ বাকলিৰ আচৰিত গুণ । এইদৰে কৰক ব্যৱহাৰ । Benefits of Egg Shell in Assamese

Benefits of Egg Shell in Assamese। কণীৰ বাকলিৰ আচৰিত গুণ

আমি সাধাৰণতে কণী খাই তাৰ খোলাটো(কণীৰ বাকলি) পেলাই দিও । এই পেলনীয়া বস্তুটো (Konir Bakoli)ৰ যে আচৰিত গুণ আছে আমি বহুতে হয়তো নাজানো । আজি আমি জনাম কিদৰে আপুনি এই পেলনীয়া কণীৰ বাকলিটোৰ পৰাও লাভাম্বিত হব পাৰে । যদি আপুনি আজিহে এই কথাবোৰ গম পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।  
Benefits of Egg Shell in Assamese
Topics Covered- Benefits of Egg Shell in Assamese, benefits of egg shell for skin, benefits of egg shell in garden, benefits of egg shell powder, benefit of egg shell in the body, the benefits of egg shells, the health benefits of egg shells, benefits of eggshells for humans, uses of egg shell for skin, uses of egg shell pdf, benefits of using egg shells, advantages of egg with shell.
কণীৰ বাকলিটোৰ পৰা অকল ছালৰ বিভিন্ন বেমেৰা ভাল হোৱাই নহয় বিভিন্ন ঘৰুৱা কামতো ব্যৱহাৰ কৰিব পাৰি ।

কণীৰ বাকলিৰ সুবিধাসমূহ - 

  1. কণীৰ বাকলি(খোলা) ধুই গুৰি কৰি লওক । পাছত কণীৰ কুহুমৰ সৈতে মিলাই ফেচ পেক বনাই সপ্তাহত দুদিনকৈ ব্যৱহাৰ কৰক । ইয়াৰ বাবে আপোনাৰ স্ক্ৰীণৰ সতেজতা আৰু উজ্বলতা বৃদ্ধি পাব ।
  2. কণীৰ বাকলি(খোলা)টো ভাঙি শাক-পাচলি আৰু ফল মূলৰ ওচৰে পাজৰে থলে কেতিয়াও তাত পোক-পৰুৱাই নধৰে ।
  3. কণীৰ বাকলি(খোলা)টো ভাঙি পাকঘৰত ৰাখিলে পইতাচোৰাৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি ।
  4. বহু মানুহৰ দাত হালধীয়া হৈ যায় । তাৰ বাবে কণীৰ বাকলি(খোলা) ধুই গুৰি কৰি পাউদাৰ বনাই দাত মঞ্জন কৰিলে দাতৰ চিকমকনি বৃদ্ধি পায় ।
  5. কাপোৰৰ চিকমকনি বৃদ্ধি কৰিবৰ বাবে কণীৰ বাকলি(খোলা)টো পাউদাৰ বনাই বাল্টি এটাত গোটেই ৰাতি ভিজাই থওক ।পিছদিনা কাপোৰ ধুলে কাপোৰৰ  চিকমকনি বৃদ্ধি পাব ।
  6. বহুতে মেকুৰী বেয়া পায় । মেকুৰি আৰু জেঠী নাহিবৰ বাবে কণীৰ বাকলি(খোলা) ৰাখিব পাৰে । সেই স্থানত কেতিয়াও মেকুৰি আৰু জেঠী নাহিব ।
  7. বেছি লেতেৰা বাচন-বৰ্তনৰ চিকমিকনি আনিবলৈ চাবুন পানীৰ সৈতে কণীৰ বাকলিৰ পাউদাৰ মিলাই ধুলে বাচন-বৰ্তনৰ চিকমিকনি আহে ।

লগতে পঢ়ক - বাঁহ পাতৰ চাহৰ আচৰিত গুণ । জানি লওক কি কি কামত আহে ?

Uses of egg shell pdf - Download Now

এইদৰে আমি পেলাই দিয়া কণীৰ বাকলিৰ পৰাও বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে । আপুনি আজিহে এই কথাবোৰ গম পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close