বৰপেটাৰ ডিচি অফিচত মুকলি ৩২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । Barpeta DC Office 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, August 28, 2020

বৰপেটাৰ ডিচি অফিচত মুকলি ৩২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । Barpeta DC Office 2020

বৰপেটা জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ৩২ টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া । ইচ্ছুক প্ৰাৰ্থীসকলে উপায়ুক্ত কাৰ্যালয়ত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Arunudoi Jobs in Assam

আবেদন প্ৰক্ৰিয়া

অনলাইন ।  

পদৰ সংখ্যা

৩২  

আবেদনৰ অন্তিম তাৰিখ-

৩১ আগষ্ট, ২০২০  

পদৰ নাম

অৰুণোদয় সহায়ক 

বয়স -  

২১ বছৰ পৰা ৩৫ বছৰলৈ হ'ব নালগিব।

দৰমহা-

প্ৰতিমাহে ১৫,০০০ টকা । 

শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা

আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হোৱাৰ লগতে অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব ।

অন্যান্য অৰ্হতা

প্ৰাৰ্থীগৰাকী বৰপেটা জিলাৰ হব লাগিব ।

লগতে পঢ়ক - কৰ্টত মুকলি পিয়নৰ চাকৰি । অৰ্হতা- অষ্টম মান । এইদৰে কৰক আবেদন ।

আবেদন মাচুল

কোনো ধৰণৰ আবেদন মাচুল নালাগে ।

ইন্টাৰভিউ প্ৰক্ৰিয়া

অনলাইন ।

কিদৰে আৱেদন কৰিব লাগিব- 

ইচ্ছুক প্ৰাৰ্থীয়ে  ৩১ আগষ্ট, ২০২০  ৰ ভিতৰত তলত দিয়া লিংকত ক্লিক কৰি অনলাইন আবেদন কৰিব লাগিব ।


চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক
আবেদন ফৰ্মইয়াত ক্লিক কৰক

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close