অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । খালী হোৱা ১০০৪ টা পদত কিদৰে কৰিব আবেদন চাওক । PNRD ASSAM JOBS 1004 POST IN 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, August 28, 2020

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । খালী হোৱা ১০০৪ টা পদত কিদৰে কৰিব আবেদন চাওক । PNRD ASSAM JOBS 1004 POST IN 2020

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত মুকলি হৈছে বৃহৎ নিযুক্তি । শেহতীয়াকৈ Department of Panchayat and Rural Development, Assam য়ে মুকলি কৰা এক বিজ্ঞাপনত ১০০৪ টা খালী পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে । কত কেনেকৈ কিদৰে আবেদন কৰিব সবিশেষ আজি আমাৰ এই লিখনিৰ জৰিয়তে জনাম ।

আবেদন প্ৰক্ৰিয়া

অনলাইন

১. টেক্স কালেক্টৰ নাইবা মহৰাৰ (Tax Collector Cum Road Mohrar)

খালী পদ - ২৪৩ টা
শিক্ষাগত অৰ্হতা- যিকোনো গ্ৰেডুৱেট
দৰমহা - প্ৰতি মাহে Rs.14,000-60,500 + গ্ৰেড পে Rs.5,200

2. জুনিয়ৰ এছিছটেন্ট (Tax Collector Cum Road Mohrar) 

খালী পদ - ১০ টা
শিক্ষাগত অৰ্হতা- যিকোনো গ্ৰেডুৱেট
দৰমহা - প্ৰতি মাহে Rs.14,000-60,500 + গ্ৰেড পে Rs.5,600

3. গাঁও পঞ্চায়ত ছেক্ৰেটেৰী (Gaon Panchayat Secretary)

খালী পদ - ৫৭৮  টা
শিক্ষাগত অৰ্হতা- কমাৰ্চ গ্ৰেডুৱেট
দৰমহা - প্ৰতি মাহে Rs.14,000-60,500 + গ্ৰেড পে Rs.7600

4. চিনিয়ৰ গ্ৰাম সেৱক (Senior Gram Sevak)

খালী পদ -  ৮৮   টা
শিক্ষাগত অৰ্হতা- গ্ৰেডুৱেট
দৰমহা - প্ৰতি মাহে Rs.14,000-60,500 + গ্ৰেড পে Rs.7600

5. এছিছটেন্ট ব্লক ডেভলপমেন্ট অফিচাৰ ( Asstt. Block Development Officer )

খালী পদ -  ৪৬ টা
শিক্ষাগত অৰ্হতা- গ্ৰেডুৱেট
দৰমহা - প্ৰতি মাহে Rs.14,000-60,500 + গ্ৰেড পে Rs.7600

লগতে পঢ়ক - কৰ্টত মুকলি পিয়নৰ চাকৰি । অৰ্হতা- অষ্টম মান । এইদৰে কৰক আবেদন ।

6. এছিছটেন্ট ব্লক ডেভলপমেন্ট অফিচাৰ ( Asstt. Block Development Officer )

খালী পদ -  ৪৬ টা
শিক্ষাগত অৰ্হতা- গ্ৰেডুৱেট
দৰমহা - প্ৰতি মাহে Rs.14,000-60,500 + গ্ৰেড পে Rs.7600

7. এছিছটেন্ট ব্লক ডেভলপমেন্ট অফিচাৰ( প) Asstt. Block Development Officer (Panchayat)

খালী পদ -  ৩৯ টা
অনুমানিক শিক্ষাগত অৰ্হতা- গ্ৰেডুৱেট
দৰমহা - প্ৰতি মাহে Rs.14,000-60,500 + গ্ৰেড পে Rs.7600 

অনুমানিক বয়স - 

১৮ ৰ পৰ‍া ৩৮ বছৰ । (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

লগতে পঢ়ক - আহি গল ১৩৮ টা ফৰ্থ গ্ৰেড চাকৰি - অষ্টম মান পাছ

কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া লিংকত গৈ অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক মুকলি হোৱাৰ লগে লগেই আমি তলত যোগান ধৰিম । অনলাইন আবেদনৰ অন্তিম দিন ১৭ চেপ্তেম্বৰ, ২০২০ ।

সংক্ষিপ্ত বিজ্ঞাপন -  Click Here

বিষদ বিজ্ঞাপন - Click Here

অনলাইন আবেদনৰ লিংক - Click Here

অনলাইন আবেদন কৰাত অসুবিধা পাইছে নেকি ? 

লকডাউনৰ বাবে অনলাইন এপ্লাই কৰাত অসুবিধা পাইছে যদি চিন্তা নকৰিব । আমি কৰিম আপোনাৰ অনলাইন এপ্লাইৰ কাম । এতিয়াই ফোন কৰক 8984169157 । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । আবেদন কৰিবলৈ এপ্লইমেন্ট একচেন্জ কাৰ্ডখন থাকিব লাগিব । তেতিয়াহে কল কৰিব- 8984169157

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

3 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close