নগাঁওৰ ডিচি অফিচত মুকলি ৩২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । Nagaon DC Office 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, August 25, 2020

নগাঁওৰ ডিচি অফিচত মুকলি ৩২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । Nagaon DC Office 2020

নগাঁও জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ৩২ টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া । ইচ্ছুক প্ৰাৰ্থীসকলে উপায়ুক্ত কাৰ্যালয়ত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Nagaon DC Office 2020

আবেদন প্ৰক্ৰিয়া

অফলাইন ।  

পদৰ সংখ্যা

৩২  

আবেদনৰ অন্তিম তাৰিখ-

৫ চেপ্তেম্বৰ, ২০২০  

পদৰ নাম

অৰুণোদয় সহায়ক 

বয়স -  

বিজ্ঞাপন প্ৰকাশ হোৱাৰ তাৰিখলৈকৈ ৩৫ বছৰতকৈ বেছি হ'ব নালগিব।

দৰমহা-

প্ৰতিমাহে ১৫,০০০ টকা । 

শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা

আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হোৱাৰ লগতে অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব ।

লগতে পঢ়ক - কৰ্টত মুকলি পিয়নৰ চাকৰি । অৰ্হতা- অষ্টম মান । এইদৰে কৰক আবেদন ।

আবেদন মাচুল

কোনো ধৰণৰ আবেদন মাচুল নালাগে ।

কিদৰে আৱেদন কৰিব লাগিব- 

ইচ্ছুক প্ৰাৰ্থীয়ে ৫ চেপ্তেম্বৰ,২০২০ তাৰিখৰ ভিতৰত নিজৰ প্ৰয়োজনীয় ডকুমেণ্ট, পাছপোৰ্ট চাইজৰ ফটো তথা আবেদনৰ সৈতে খামত ভৰাই নিজৰ নাম ঠিকনা শুদ্ধকৈ লিখি নগাঁও উপায়ুক্ত কাৰ্যালয়ত পোৱাকৈ লৈ প্ৰেৰণ কৰিব লাগিব।


চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক
আবেদন ফৰ্ম ডাউনলোডইয়াত ক্লিক কৰক

1 comment:

  1. Moi bisau sakoru2 mur name prasann deka plz call krib 9127056440 bohu aakha krichu

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close