১০৮ত পুন: মুকলি চাকৰি । এইদৰে কৰক আবেদন । Assam 108 Jobs in 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, July 22, 2020

১০৮ত পুন: মুকলি চাকৰি । এইদৰে কৰক আবেদন । Assam 108 Jobs in 2020

GVK Emergency Management and Research Institute (GVK EMRI), Assam যিয়ে অসমত ১০৮ সেৱা আগবঢ়াই আাহিছে তাত মুকলি হৈছে কেইটামান বিশেষ পদ মুকলি হৈছে । কত কিদৰে কেনেকৈ আাবেদন কৰিব সবিশেষ আজি আমি আমাৰ লিখনিৰ জৰিয়তে জনাম ।

GVK EMRI Vacancies

1. খালী পদৰ নাম -  EMTs'(Emergency Medical Technician)
শিক্ষাগত অৰ্হতা- যিকোনো গ্ৰেডুৱেট ।
বয়স- ২১-৩০ বছৰ ।
খালী পদৰ সংখ্যা- কোনোধৰণৰ পদৰ সংখ্যা উল্লেখ নাই । গতিকে যথেষ্ট পদ খালী থকাটো নিশ্চিত ।

লগতে পঢ়ক- অসম চৰকাৰৰ জলপৰিবহণ বিভাগত খালী ২২৫ টা

2. খালী পদৰ নাম -  Pilot
শিক্ষাগত অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী পাছ । লগতে ড্ৰাইভিংৰ অভিজ্ঞতা  ।
বয়স- ২১-৩০ বছৰ ।
খালী পদৰ সংখ্যা- কোনোধৰণৰ পদৰ সংখ্যা উল্লেখ নাই । গতিকে যথেষ্ট পদ খালী থকাটো নিশ্চিত । 

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ বাবে recruitment_hr@emri.in ত আপোনাৰ বায়ডাটা মেইল কৰিব পাৰে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close