সুখৱৰ
। অসম চৰকাৰৰ জলপৰিবহণ বিভাগত
মুকলি হৈছে বিভিন্ন পদৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া ।তাৰে ভিতৰত খালী হোৱা এছিছটেন্ট এনফৰ্চমেন্ট ইনচপেক্টৰৰ ৩০ টা চাকৰিৰ বিষয়ে আপোনাক জনাম । কত কিদৰে কেনেকৈ
আবেদন কৰিব
সকলোবোৰ আজি আমি আমাৰ এই লিখনিৰ জৰিয়তে জনাম । গতিকে সকলোবোৰ সম্পূৰ্ণকৈ
পঢ়ক ।
আবেদন প্ৰক্ৰিয়া -
অনলাইন
আবেদনৰ ফিজ-
কোনো ধৰণৰ অনলাইন আবেদনৰ ফিজ নাই ।
আবেদনৰ আৰম্ভণী-
২০ জুলাই, ২০২০ ।
খালী হোৱা পদৰ নাম-
এছিছটেন্ট এনফৰ্চমেন্ট ইনচপেক্টৰ(জিলা পৰ্যায়ত)
খালী পদৰ সংখ্যা-
৩০ টা পদ
দৰমহা-
১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৬২০০ টকা
শিক্ষাগত অৰ্হতা-
হায়াৰ ছেকেণ্ডেৰী পাছ । ( অন্য়ান্য়সকলেো আবেদন কৰিব পাৰিব । )
বয়স-
১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
কিদৰে বাচনি কৰা হব -
আবেদনকাৰী প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাৰ যোগেদি বাচনি কৰা হব ।
কিদৰে আবেদন কৰিব -
ইচ্ছুক
প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ বাবে ফটো , চহি আৰু
শিক্ষাগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
2. বয়সৰ প্ৰমাণ পত্ৰ হিচাপে
3. Pass Certificate প্ৰমানপত্ৰ
4 OBC/MOBC, SC, ST(H), ST(P) সকলৰ প্ৰমানপত্ৰ
5. এপ্লইমেন্ট একচেন্জ কাৰ্ড . অসমত চৰকাৰী চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজন হোৱা এপ্লইমেন্ট একচেন্জ কাৰ্ড কিদৰে বনাব । জানো আহক - CLICK HERE
কি কি ডকুমেন্ট লাগিব -
1. আপোনাৰ পাছপৰ্ট ফটো আৰু চহী কৰি দিয়া ফটো2. বয়সৰ প্ৰমাণ পত্ৰ হিচাপে
3. Pass Certificate প্ৰমানপত্ৰ
4 OBC/MOBC, SC, ST(H), ST(P) সকলৰ প্ৰমানপত্ৰ
5. এপ্লইমেন্ট একচেন্জ কাৰ্ড . অসমত চৰকাৰী চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজন হোৱা এপ্লইমেন্ট একচেন্জ কাৰ্ড কিদৰে বনাব । জানো আহক - CLICK HERE
অনলাইন আবেদনৰ অন্তিম দিন -
৮ আগষ্ট, ২০২০
No comments:
Post a Comment