অসম চৰকাৰৰ জলপৰিবহণ বিভাগত মুকলি এছিছটেন্ট এনফৰ্চমেন্ট ইনচপেক্টৰৰ ৩০ টা পদ । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ । কিদৰে আবেদন কৰিব চাওক । ASSAM GOVT HS PASS JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, July 20, 2020

অসম চৰকাৰৰ জলপৰিবহণ বিভাগত মুকলি এছিছটেন্ট এনফৰ্চমেন্ট ইনচপেক্টৰৰ ৩০ টা পদ । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ । কিদৰে আবেদন কৰিব চাওক । ASSAM GOVT HS PASS JOBS 2020

সুখৱৰ । অসম চৰকাৰৰ জলপৰিবহণ  বিভাগত মুকলি হৈছে বিভিন্ন পদৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া ।তাৰে ভিতৰত খালী হোৱা এছিছটেন্ট এনফৰ্চমেন্ট ইনচপেক্টৰৰ ৩০ টা চাকৰিৰ বিষয়ে আপোনাক জনাম । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আমাৰ এই লিখনিৰ জৰিয়তে জনাম । গতিকে সকলোবোৰ সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া -

অনলাইন


আবেদনৰ ফিজ-

কোনো ধৰণৰ অনলাইন আবেদনৰ ফিজ নাই ।

আবেদনৰ আৰম্ভণী-

২০ জুলাই, ২০২০ ।  

খালী হোৱা পদৰ নাম-

এছিছটেন্ট এনফৰ্চমেন্ট ইনচপেক্টৰ(জিলা পৰ্যায়ত)

খালী পদৰ সংখ্যা

৩০ টা পদ

দৰমহা

১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৬২০০ টকা

শিক্ষাগত অৰ্হতা

 হায়াৰ ছেকেণ্ডেৰী পাছ । ( অন্য়ান্য়সকলেো আবেদন কৰিব পাৰিব । )

বয়স

১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

কিদৰে বাচনি কৰা হব -

আবেদনকাৰী প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাৰ যোগেদি বাচনি কৰা হব ।


কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ বাবে ফটো , চহি আৰু শিক্ষাগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

কি কি ডকুমেন্ট লাগিব

1. আপোনাৰ পাছপৰ্ট ফটো আৰু   চহী কৰি দিয়া ফটো
2. বয়সৰ প্ৰমাণ পত্ৰ হিচাপে
3. Pass Certificate প্ৰমানপত্ৰ
4 OBC/MOBC, SC, ST(H), ST(P) সকলৰ প্ৰমানপত্ৰ
5. এপ্লইমেন্ট একচেন্জ কাৰ্ড . অসমত চৰকাৰী চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজন হোৱা এপ্লইমেন্ট একচেন্জ কাৰ্ড কিদৰে বনাব । জানো আহক - CLICK HERE

অনলাইন আবেদনৰ অন্তিম দিন -

৮ আগষ্ট, ২০২০

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত 

আবেদন ফৰ্মৰ বাবে ক্লিক কৰক - ইয়াত

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close