হিমন্তৰ ঘোষণা - বন্ধ নহয় নিযুক্তি প্ৰক্ৰিয়া | একাংশ সংবাদ মাধ্য়মত প্ৰচাৰ হৈছে ভুৱা বাতৰি | HIMANTA BISWA SARMA TWEET - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, July 19, 2020

হিমন্তৰ ঘোষণা - বন্ধ নহয় নিযুক্তি প্ৰক্ৰিয়া | একাংশ সংবাদ মাধ্য়মত প্ৰচাৰ হৈছে ভুৱা বাতৰি | HIMANTA BISWA SARMA TWEET

যোৱা কালিৰ পৰা একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে কৰোনা থকালৈ ৰাজ্যত বন্ধ হল চাকৰিৰ নিযুক্তি । তাৰপাছতেই নিৰাশাত ভুগিছিল অসমৰ নিৱনুৱাসকলে । কিন্তু এই বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে আজি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে সংবাদ মাধ্যমৰ এই বাতৰি সম্পূৰ্ণ মিছা কথা । তেঁওৰ যি বক্তব্য ৰাখিছিল তাক ভুল ভাৱে উপস্থাপন কৰা হৈছে ।  

আজি টুইটাৰ যোগে হিমন্ত বিশ্বই একাংশ সংবাদ মাধ্যমৰ ওপৰত অসন্তুস্তি প্ৰকাশ কৰি কয় যে ৰাজ্যত অব্যাহত থাকিব নিযুক্তি প্ৰক্ৰিয়া । বৰঞ্চ অসম চৰকাৰে সকলো বিভাগকে নিযু্ক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হে উপদেশ দিয়া বুলি টুইটাৰত জনায় মন্ত্ৰীগৰাকৰীয়ে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটে কিছু আশাৰ সঞ্চাৰ কৰিছে অসমৰ নিৱনুৱাসকলৰ বাবে । 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close