অসমত ১ লাখ চৰকাৰী চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজন হোৱা এপ্লইমেন্ট একচেন্জ কাৰ্ড কিদৰে বনাব । জানো আহক । EMPLOYMENT EXCHANGE CARD ASSAM ONLINE - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, July 18, 2020

অসমত ১ লাখ চৰকাৰী চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজন হোৱা এপ্লইমেন্ট একচেন্জ কাৰ্ড কিদৰে বনাব । জানো আহক । EMPLOYMENT EXCHANGE CARD ASSAM ONLINE

আপোনালোকে হয়তো নিশ্চয় জানে যে অসম চৰকাৰে আগন্তুক ১ বছৰৰ ভিতৰত প্ৰায় ১ লাখ চাকৰিত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে । ইতিমধ্যে ইয়াৰ বাবে এখন তিনিজনীয়া কমিটীও গঠন কৰা হৈছে । সেই চাকৰিসমূহত এপ্লাই কৰিব প্ৰয়োজন হব এপ্লইমেন্ট একচেন্জৰ ৰিজেচট্ৰেচ কাৰ্ড । কিদৰে আবেদন কৰিব সকলোবো আজি আমি জনাম । গতিকে লিখনিটো সম্পূৰ্ণ পঢ়ক ।



EMPLOYMENT EXCHANGE CARD ASSAM ONLINE

এপ্লইমেন্ট একচেন্জ কাৰ্ড কি হয় -  

এপ্লইমেন্ট একচেন্জ (জিলা নিয়োগ বিনিময় কেন্দ্ৰ) অসম চৰকাৰৰ SKILL, EMPLOYMENT & ENTREPRENEURSHIP বিভাগৰ অন্তৰ্গত । অসমত যিকোনো চৰকাৰী চাকৰিৰ আবেদন কৰিবলৈ এপ্লইমেন্ট একচেন্জ(জিলা নিয়োগ বিনিময় কেন্দ্ৰ)ত আপোনাৰ নাম ৰেজিষ্টাৰ থকাটো জৰুৰী । এপ্লইমেন্ট একচেন্জত ৰেজিষ্টাৰ কৰিলে আপোনালোক এপ্লইমেন্ট একচেন্জৰ ফালৰ পৰা এখন এপ্লইমেন্ট একচেন্জ কাৰ্ড যোগান ধৰা হয় । এই কাৰ্ডখনৰ দ্বাৰাই আপুনি যিকোনো চৰকাৰী চাকৰিত আবেদন কৰিব পাৰিব । এখন এপ্লইমেন্ট একচেন্জ কাৰ্ড তলত দিয়া ধৰণে হব পাৰে -  

এপ্লইমেন্ট একচেন্জ কাৰ্ড কি দৰে বনাব -

এপ্লইমেন্ট একচেন্জ কাৰ্ড বনাবলৈ আপোনালোকে আপোনাৰ জিলাত থকা এপ্লইমেন্ট একচেন্জ অফিচত যাব লাগিব । তাত গৈ এপ্লইমেন্ট একচেন্জ ৰেজিষ্ট্ৰচনৰ বাবে ফৰ্ম এখন ফিলআপ কৰিব লাগিব । ফৰ্মখন আপোনালোকে অফিচতেই পাই যাব নাইবা তলত দিয়া লিংকৰ পৰাও ডাউনলোড কৰিব পাৰে । ফৰ্মখনৰ লগত আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ নথিপত্ৰৰ জেৰক্স প্ৰদান কৰিব লাগিব । লগতে আপোনাৰ স্থায়ী ঠিকনাৰ প্ৰমান পত্ৰ যেনে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু বয়স, জাতিগত প্ৰমানপত্ৰ , ৩ কপি পাচপৰ্ট ফটো জমা দিব লাগিব । আপুনি আপোনাৰ জিলাৰ এপ্লইমেন্ট একচেন্জ অফিচত 10:00 am পৰা 2:00 pm বজাৰ ভিতৰত গৈ  ৰেজিষ্ট্ৰচন কৰি লব পাৰে ।
মনত ৰাখিব এপ্লইমেন্ট একচেন্জ কাৰ্ড  পোৱাৰ পাছত এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আপুনি ৰিনিউ কৰিব লাগিব ।

আপোনাৰ জিলাৰ এপ্লইমেন্ট একচেন্জ অফিচৰ ঠিকনা -

Guwahati - AK Azad Rd, Rehabari, Guwahati, Assam 781008
Morigaon-  Morigaon,Dist.-Morigaon, Assam 782105
Nagaon- Panigaon Chariyali, Panigaon, Nagaon, Assam 782001
Tezpur- Chandmari, Near Rail Gate,P.O.-Tezpur, Pin No. 784001,Dist.-Sonitpur, Assam
Mangaldoi- Mangaldoi,Dist.-Mangaldoi, Assam 784125 
Barpeta- Joti Gaon, Barpeta, Assam 781301
Bongaigaon-Mayapuri, Bongaigaon, Assam 783380
Dhemaji - Bhehpara, Dhemaji, Assam 787057
Dibrugarh-F C I Rd, Boiragimoth, P.O, Podum Nagar 2, Dibrugarh, Assam 786003
Diphu- Council Rd, Diphu, Assam 782462
Dhubri- 9, Dr Zakir Hussain Rd, Ward Number 9, Bidyapara, Dhubri, Assam 783324
Goalpara- Baladmari, Dist.-Goalpara, Assam ,783101,  
Golaghat- Bhoga Gaon, Golaghat, Assam 785521 
Jorhat-Gar Ali Rd, Near ITI, Garmur, Jorhat, Assam 785001 
Nalbari- Chowk Bazar, Shankar Pur, Bar Agra, SH-9, Hajo Road, Nalbari, 781334, Nalbari, Assam

আবেদন ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - ইয়াত

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

  1. আবেদন ফৰ্মখন সম্পূৰ্ণকৈ নাই।

    ReplyDelete
  2. আবেদন ফৰ্মখন সম্পূৰ্ণকৈ নাই

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close