সুখৱৰ ! অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগত মুকলি হব ২৪৪৫ টা পদ । সবিশেষ জানক । ASSAM AGRICULTURE DEPARTMENT JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, July 23, 2020

সুখৱৰ ! অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগত মুকলি হব ২৪৪৫ টা পদ । সবিশেষ জানক । ASSAM AGRICULTURE DEPARTMENT JOBS 2020

আজি কিছুদিন আগতে হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ আটাইকেইটা বিভাগত খালী হৈ থকা পদসমূহ পূৰ কৰিবলৈ নিৰ্দেশ দিয়া বুলি ঘোষণা কৰিছিল । তাৰে ফলতেই হয়তো আজি কৃষিমন্ত্ৰী অতুল বৰাদেৱে জনতা ভৱনত সংবাদমেল পাতি অসম চৰকাৰৰ কৃষি বিভাগত আৰু পশুপালন বিভাগত খালী হৈ থকা  ২৪৪৫ টা  পদত নিযু্ক্তি প্ৰক্ৰিয়া আৰম্ভ হব বুলি ঘোষণা কৰে । সবিশেষ জানিবলৈ আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অনলাইন ।


আবেদনৰ আৰম্ভণী

আগষ্ট. ২০২০ ।

অসম কৃষি বিভাগত নিযুক্তি হব লগীয়া পদসমূহৰ সবিশেষ

পদৰ নাম- গ্ৰেড ৩ । 
খালী পদ- ১৯২০ টা । 

পদৰ নাম- এগ্ৰিকালচাৰ ডেভলপমেন্ট অফিচাৰ 
খালী পদ- ১১৩ টা 

পদৰ নাম- জুনিয়ৰ ইঞ্জিনিয়াৰ  । 
খালী পদ- ৪২ টা । 

পদৰ নাম- এছিছটেন্ট ইঞ্জিনিয়াৰ ।
খালী পদ- ১২ টা ।

অসম পশুপালন বিভাগত নিযুক্তি হব লগীয়া পদসমূহৰ সবিশেষ

পদৰ নাম- গ্ৰেড ৩ । 
খালী পদ- ৩১ টা । 

পদৰ নাম- ফিল্ড এছিচটেন্ট ।
খালী পদ- ২২৪ টা ।

পদৰ নাম- গ্ৰেড ফৰ ।
খালী পদ- ৮৬ টা ।

পদৰ নাম- গেজেটেড অফিচাৰ ।
খালী পদ-  ১৭ টা ।


শিক্ষাগত অৰ্হতা

যিহেতু ইয়াত গ্ৰেড ফৰৰো পদ খালী আছে গতিকে ধাৰণা কৰিব পাৰি যে অষ্টম মানৰ পৰা গ্ৰেডুৱেটলৈকে সকলোৱে অনলাইন আবেদন কৰিব ।

লগতে পঢ়ক- চাকৰিৰ বাবে প্ৰয়োজন হোৱা এপ্লইমেন্ট একচেন্জ কাৰ্ড বনাব কিদৰে

কিদৰে আবেদন কৰিব

আগষ্ট মাহত আবেদন প্ৰক্ৰিয়া মুকলি হোৱাৰ লগে লগে আবেদনৰ লিংক আমি আপোনালোকক জনাম । গতিকে আমাৰ ৱেৱচাইট www.dimpubaruah.com নিময়িতভাৱে চাই থাকিব ।

লগতে পঢ়ক- অসম চৰকাৰৰ জলপৰিবহণ বিভাগত খালী ২২৫ টা

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

4 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close