অসম চৰকাৰৰ সচিবলায়ত মুকলি ১৭০ টা পদত চাকৰি । কিদৰে কৰিব আবেদন চাওক । Assam Secretariat Recruitment 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, July 24, 2020

অসম চৰকাৰৰ সচিবলায়ত মুকলি ১৭০ টা পদত চাকৰি । কিদৰে কৰিব আবেদন চাওক । Assam Secretariat Recruitment 2020

অসম চৰকাৰৰ Secretariat Administration Department (SAD) য়ে শেহতীয়াকৈ মুকলি কৰিছে নতুন ১৭০ টা পদত নিযুক্তিৰ বিজ্ঞাপন । অসম চৰকাৰৰ সচিবলায়ক জনতা ভৱন বুলিো জনা যায় । গতিকে ইয়াত চাকৰি লাভ কৰিলেই নিচেই কাষৰ পৰা মন্ত্ৰী বিধায়কৰ লগ পাব পাৰি বুলি আশা কৰিব পাৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি জনাম । আমাৰ লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অনলাইন


আবেদনৰ ফিজ-

কোনো ধৰণৰ অনলাইন আবেদনৰ ফিজ নাই ।

আবেদনৰ আৰম্ভণী-

৩১ জুলাই, ২০২০  । 

খালী পদৰ নাম

Junior Administrative Assistant 

খালী পদ

১৭০ টা 

আসন সংৰক্ষণ-

(i) UR: 57(ii) ST (P):14(iii) ST (H): 12(iv) SC: 14(v) OBC/MOBC: 40(vi) Person with Disability: 14 (vii) Economically Weaker Section (EWS): 19(viii) Reservation for women : 30% In all categories as per existing provision.(ix) Reservation for Ex-servicemen: 2% In all categories as per existing provision.

দৰমহা

14,000- 49,000 টকা + লগতে Grade Pay 8700 টকা

বয়স

১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

লগতে পঢ়ক- অসম চৰকাৰৰ জলপৰিবহণ বিভাগত খালী ২২৫ টা

শিক্ষাগত অৰ্হতা-

যিকোনো গ্ৰেডুৱেট লগতে কম্পিউটাৰ ডিপ্লমা । ৪৫% মাৰ্কছ থকাটো প্ৰয়োজনীয় , SC/STৰ বাবে ৪০% । এপ্লইমেন্ট একচেন্জ কাৰ্ডও প্ৰয়োজনীয় । অসমত চৰকাৰী চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজন হোৱা এপ্লইমেন্ট একচেন্জ কাৰ্ড কিদৰে বনাব । জানো আহক - CLICK HERE

লগতে পঢ়ক- চাকৰিৰ বাবে প্ৰয়োজন হোৱা এপ্লইমেন্ট একচেন্জ কাৰ্ড বনাব কিদৰে

অনলাইন আবেদনৰ অন্তিম দিন -

৩১ আগষ্ট, ২০২০ ।


কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ বাবে ফটো , চহি আৰু শিক্ষাগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।মন কৰিব এই লিংক ৩১ জুলাইৰ পৰাহে খুলিব ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত 

আবেদন ফৰ্মৰ বাবে ক্লিক কৰক - ইয়াত  লিং

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam


No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close