ষ্টেট বেংক অৱ ইণ্ডিয়া(SBI)ত শেহতীয়াকৈ মুকলি হৈছে ৩৮৫০ টা পদৰ নিযুক্তিৰ বিজ্ঞাপন। আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিব লাগিব। কত কিদৰে কেনেকৈ আবেদন কৰিব সকলো জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
খালী পদৰ নাম -
Circle Based Officer ।
পদৰ সংখ্যা -
3850 টা ।
আবেদনৰ আৰম্ভণী -
২৭ জুলাই, ২০২০দৰমহা-
২৩,০০০ টকাৰ পৰা ৫২,০০০ টকা পৰ্যন্ত ।
বয়স-
৩০ বছৰতকৈ বেছি হ'ব নালাগিব ।
শিক্ষাগত অৰ্হতা-
গ্ৰেজুৱেট হ'ব লাগিব ।
আবেদন মাচুল
SC/ ST/ PWD: Nil
General/ EWS/ OBC: 750/-
Payment Mode: Online




No comments:
Post a Comment