অসমৰ (ONGC) ত খালী Apprentice পদ । কিদৰে আবেদন কৰিব চাওক । Jobs in ONGC 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, July 31, 2020

অসমৰ (ONGC) ত খালী Apprentice পদ । কিদৰে আবেদন কৰিব চাওক । Jobs in ONGC 2020

ONGC ত চাকৰি কাৰাৰ সকলোৰে সপোন থাকে । তেনে সপোন যেন মুকলি হৈছে অসমৰ নিৱনুৱাৰ বাবে । তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড (ONGC) ত খালী হোৱা ৩৮১২ টা Apprentice পদৰ নিযুক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে। তাৰে ভিতৰত সকলো সাধাৰণ গ্ৰেডুৱেটয়ে আবেদন কৰিব পৰা Assistant HR পদৰ বিষয়ে আমি জনাম । গতিকে আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
ONGC JOB IN ASSAM 2020
ONGC JOB IN ASSAM 2020

খালী পদৰ নাম

Assistant HR 

অসমত খালী পদ

১০৩ টা 

বয়স

১৮ বছৰৰ পৰা ২৪ বছৰ ।  

শিক্ষাগত অৰ্হতা তথা অনান্য যোগ্যতা

বিএ পাছ নাইবা বিবিএ । সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি তলৰ আৱশ্যকীয় লিংকৰ পৰা অফিচিয়েল বিজ্ঞাপনটো ডাউনলদ কৰি ল'ব ।

আবেদন প্ৰক্ৰিয়া

আগ্ৰহী প্ৰাৰ্থীয়ে ONGC ৰ অফিচিয়েল ৱেবছাইট www.ongcapprentices.ongc.co.in ত অনলাইনযোগে আবেদন কৰিব লাগিব নতুবা তলত দিয়া আৱশ্যকীয় লিংকটোত গৈ আবেদন কৰিব পাৰিব।

আবেদনৰ অন্তিম দিন

১৭ আগষ্ট, ২০২০ ।

বৃত্তি - 

নিৰ্বাচিত প্ৰাৰ্থীসকলক Apprentices Act, 1961 আৰু Apprenticeship Rules 1992ৰ অনুসৰি মাননি প্ৰদান কৰা হব । 

অনলাইন আবেদন কৰিবলৈঃ ইয়াত ক্লিক কৰক

অফিচিয়েল বিজ্ঞাপনটো ডাউনলদ কৰিবলৈঃ ইয়াত ক্লিক কৰক

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close