পিয়নৰ ৭ টা চাকৰি মুকলি । অৰ্হতা অষ্টম মান । কিদৰে কৰিব আবেদন চাওক । Peon Jobs in District And Session Judge, Assam - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, August 3, 2020

পিয়নৰ ৭ টা চাকৰি মুকলি । অৰ্হতা অষ্টম মান । কিদৰে কৰিব আবেদন চাওক । Peon Jobs in District And Session Judge, Assam

অসম চৰকাৰৰ অধীনত কাছাৰ জিলাৰ District And Session Judge কাৰ্যালয়ত খালী হৈছে পিয়ন (চতুৰ্থ বৰ্গৰ)কেইবাটাও পদ । এই পদৰ নিযুক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
Assam Court Peon Jobs
Assam Court Peon Jobs

আবেদন প্ৰক্ৰিয়া

অফলাইন । 

আবেদনৰ অন্তিম দিন

আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১১ আগষ্ট, ২০২০ তাৰিখৰ আগে আগে আবেদন কৰিব লাগিব।

খালী পদৰ নাম-

খালী পদৰ সংখ্যা-

৭ টা ।

বয়স-

অতিকমেও ১৮ বছৰ আৰু সৰ্বাধিক ৩৮ বছৰ ।

লগতে পঢ়ক- অসম চৰকাৰৰ জলপৰিবহণ বিভাগত খালী ২২৫ টা। অষ্টম মানৰ পৰা আৰম্ভ ।

দৰমহা-

১২,০০০ টকাৰ পৰা ৩৭,০০০ লৈকে ।

শিক্ষাগত অৰ্হতা-

অষ্টম শ্ৰেণী পাছ ।

কিদৰে আবেদন কৰিব -

আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অহা ১১-০৮-২০২০ তাৰিখৰ ভিতৰত তলৰ ঠিকনাত পোৱাকৈ আবেদন পত্ৰৰ লগতে নিজৰ সকলো প্ৰয়োজনীয় ডকুমেণ্ট চেলফ এটেষ্টেট কৰি ডাকযোগে প্ৰেৰণ কৰিব লাগিব৷

ঠিকনা -  

District & Sessions Judge, Court Road, Tarapur, Cachar, Silchar, Assam 788001

অফিচিয়েল বিজ্ঞাপনটো ডাউনলদ কৰিবলৈঃ ইয়াত ক্লিক কৰক

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ : ইয়াত ক্লিক কৰক 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close