সৰ্বশিক্ষা অভিযান মিছনত নাইট চকীদাৰৰ পদ খালী । NIGHT CHOWKIDAR JOBS IN ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, August 4, 2020

সৰ্বশিক্ষা অভিযান মিছনত নাইট চকীদাৰৰ পদ খালী । NIGHT CHOWKIDAR JOBS IN ASSAM 2020

সৰ্বশিক্ষা অভিযান মিছন, নলবাৰী কাৰ্যালয়ত শেহতীয়াকৈ চাকৰিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে৷  আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে  বিজ্ঞাপন প্ৰকাশ হোৱা ১৫ দিনৰ ভিতৰত আবেদন কৰিব লাগিব৷ কিদৰে আৰু ক’ত কেনেকৈ কৰিব লাগিব সবিশেষ জানিবলৈ আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
ASSAM CHOWKIDAR JOBS 2020
ASSAM CHOWKIDAR JOBS 2020

আবেদন প্ৰক্ৰিয়া - 

অনলাইন নাইবা অফলাইন 


খালী পদৰ নাম

খালী পদৰ সংখ্যা

১ টা 

দৰমহা-  

১২,০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা 

শিক্ষাগত অৰ্হতা-

দশম মান উত্তীৰ্ণ লগতে সামৰিক বিভাগৰ প্ৰাক্তন কৰ্মচাৰী হব লাগিব ।

লগতে পঢ়ক- আকৌ মুকলি কভিড-১৯ চেন্টাৰত চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা ।

কিদৰে আবেদন কৰিব-  

আগ্ৰহী প্ৰাৰ্থীয়ে নিজৰ সম্পূৰ্ণ তথ্য আৰু ঠিকনা লগতে প্ৰয়োজনীয় নথি পত্ৰ গাথি বিজ্ঞাপন প্ৰকাশ হোৱাৰ ১৫ দিনৰ ভিতৰত District Mission Co-ordinator, SSA, P.O.- Nalbari, Pin- 781335” ঠিকনা  নাইবা ssanalbari@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব।


অফিচিয়েল বিজ্ঞাপন-


1 comment:

  1. চৰকাৰৰ চাকৰি কৰি ৰিৰ্টায়াৰ হোৱা জনেই আকৌ চাকৰি পাওক,বাকী নিবনুৱা সকল নিবনুৱাই হৈ থাকক,সেইয়াই চিষ্টেম চৰকাৰৰ

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close